Translation Assamese to English | Class 10

HSLC | SEBA | ASSAM | CLASS 10

                             (75)

1) আমাৰ গাৱত এটা ডাকঘৰ আছে |
=There is a post office in our village.

2) ডাকঘৰটোত এজন পোষ্ট মাষ্টৰ আছে |

=There is a post master in the post office.

3) হীৰা এবিধ বহুমূলীয়া পাথৰ |

=Diamond is a precious stone.

4) দাঁত নোহোৱা সাপৰ ফোঁচফোঁচনিয়ে সাৰ |

=An empty vessel sounds much.

5) নিস্কৰ্মা লোকৰ  মনত কুচিন্তাই ঠাই পায় |

=An idle brain is a devil`s workshop.

6) ঘোঁৰাই বেগাই দৌঁৰিব পাৰে |

=Horses can run fast.

7) কালিদাস ভাৰতৰ হোমাৰ |

=Kalidasa is the Homer of india.

8) মানুহ মৰনশীল |

=Man is mortal.

9) প্ৰশান্ত মহাসাগৰৰ পানী লুণীয়ানে ?

=Is the water of the Pacific Oecan salty ?

10) মই কালি দিয়া কিতাপখন কত থৈচা ?

= Where have you kept the book I gave you yesterday.

11)  গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনত স্থাপিত হৈছিল |

=Guwahati university was established in 1948.

12) আমি ভিক্ষাৰীজনক এখন এটকীয়া নোট  দিলোঁ |

=We gave a one ruppe note to the beggar.

13) এঘণ্টা পাছত আহিবা |

=Please come after one hour.

14) তাৰ বাইদেৱেক এম.এ. পাছ |

=His (elder) sister is an M.A.

15) চেনী মিঠা |

=Suger is sweet.

16) মোক অলপ চেণী লাগে |

=I want some sugar.

17)মোৰ চেণী অলপো নাই |

=I haven`t any sugar.

18) গিলাচটোত পানী প্ৰায় নায়েই |

=There is little water in the glass.

19) গিলাচটোত পানী একেবাৰে অলপহে আাছে |

=There is little water in the glass .

20) গিলাচটোত অলপ গাখীৰ আছে  |

=There is a little milk in the glass

21) গিলাছটোত থকা গাখীৰখিনি পেলাই দিয়া |

=Throw away the milk that is in the glass.

22) গছজোপাত প্ৰায় আম নায়েই |

=There are few mangoes on the tree.

23) গছজোপাত আপেল কেইটামান আছে |

=There are a few apples on the tree.

24) পাচিটোত যি কেইটামান আপেল আছে আটাইকেইটা বেয়া |

=The few apples that are in the basket are bad.

25) ঘৰতো বিচাৰি উলিয়াওতে আমাৰ বহুত কষ্ট হৈছিল |

= we had a lot of trouble in finding out the house.

26) গছজোপাত এসোপা কমলা আছে |

=There are a lot of oranges on the tree.

27) এই শ্ৰেণীটোত বহুতো ছোৱালী আছে নেকি ?

=Are there many girls in the class?

28) সেই দোকানখনত বহুতো চাউল আছে নেকি ?

=Is there plenty of rice in that shop?

29) চাহ কাপত তুমি বৰ বেছি চেণী দিছা |

=You have put too much sugar in the cup of tea.

30) এই পুঠিভঁৰালটোত বহুতো কিতাপ আছে  |

=There are many books in this library.

31) মোৰ সময় নাই |

=I have no time.

32) সৌ গছজোপাত পাত নাই |

=There  are no leaves on that tree.

33) গৰু উপকাৰী জন্তু |

34) ই আমাক গাখীৰ দিয়ে |

35) গাখীৰ ভাল খাদ্য |

36) গাখীৰৰ পৰা মখন,ঘি আদি তৈয়াৰ কৰা হয় |

37) আমাৰ এজনী গৰু আছিল |

38) গৰুজনীয়ে ভালেখিনি গাখীৰ দিছিল |

39) তাইৰ এটা পোৱালি আছিল |

40) পোৱালীটো আছিল বগা ৰঙৰ |

41) টেবুলৰ ওপৰত সুমঠিৰা টেঙা আছে |

42) সৌ গছজোপাত এটা ফেচাঁ আছে |

43) কেইবছৰমান আগতে ডিব্ৰুগড়ত এখন

বিশ্ববিদ্যালয় পতা হৈছিল |

44) স্মিথ ডাঙৰীয়া  এজন ইউৰোপীয় ভদ্ৰলোক |

45) মোক এখন এটকীয়া নোট দিবানে  ?

46) প্ৰতেকৰে জীৱনত এটি লক্ষ্য থকা উচিত |

47) যোৱাকালি আমাৰ  ঘৰৰ ওচৰত এটা দুৰ্ঘটনা ঘটিছিল |

48) হিমালয় পৰ্বতশ্ৰেণী ভাৰতৰ উওৰত |

49) গঙ্গা বৰ ডাঙৰ নদী |

50)  মিচিচিপি পৃথীৱীৰ তৃতীয় দীঘল  নদী |

51) কোৰান এখন ধৰ্মগ্ৰন্থ |

52) তেওঁক অসমৰ কালিদাস বোলা হয় |

53) গোলাপ ফুল বৰ ধুনীয়া |

54) অসমৰ মৰাপাট বৰ ভাল বিধৰ |

55) অসমৰ চাহৰ গোন্ধ বৰ বেছি নাই |

56) বন্দুকটো বাকছৰ ভিতৰত থোৱা |

57) ফাৰ্মাচীৰ পৰা ঔষধটো আনিবানে ?

58) যিমানে পঢ়িবা সিমানে শিকিবা |

59) পৃথীৱী সূৰ্যৰ চাৰিওফালে ঘূৰে |

60) মই বাছেৰে আহিব নোবাৰিলো |

61) মই ৯.৩০বজাৰ ৰেল-গাড়ীত আহিলোঁ |

62) এইখন কিতাপেই আটাইতকৈ ভাল |

63) চোৰটো মাজনিশা আহিছিল |

64) কৃষক বিদ্ৰোহ ইংলেন্দৰ বুৰঞ্জীৰ এটা ডাঙৰ ঘটনা |

65) তাজমহল বৰ ধুনীয়া |

66) মোক অলপ পানী দিয়া |

67) গিলাচটোত অকনো পানী নাই নেকি ?

68) পুখুৰীটোত অকনো পানী নাই |

69) সভাত প্ৰায় মানুহ  নাছিলেই |

70) কেইজনমান মানুহে আজি ৰাতিপুৱা মোক দেখা কৰিবলৈ আহিছিল |

71) তেওঁৰ টকা-পইচা বৰ বেছি নাই |

72) তাৰ দেউতাকৰ বহুত টকা-পইচা আছে |

73) গছজোপাত বহুত নাৰিকল আছে |

74) যি কেইজনমান লৰা  স্কুললৈ আহিছিল সিঁহতৰ কিতাপ নাছিল |

75) গুৱাহাটীৰ চিৰিয়াখানাত ধুনীয়া চৰাই মাত্ৰ কৈইটামানহে আছে |

76) তাত বাঘ কৈইটামান আছে |

77) বহুতো লৰাই গল্প কিতাপ ভাল নাপায় |

78) বহুতো ছোৱালীয়ে চিলাইৰ কাম জানে

79) এই বিষয়ে মই  বৰ বেছি নাজানো |

                         (108)

80) পৃথীৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে |

81) মই যি কওঁ মন দি শুনা |

82) আমি জানো যে সাধুতাই উওম পথ |

83) বাতৰিটো হৈছে এইটো যে মানুহটো কালি মৰিল |

84) সি যে মৰিল এই উৰা বাতৰিটো সত্য় নহয় |

85) যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ |

86) যি মিচা কথা কয়, তেওঁ পাপী |

87) যি কলমতো ৰামৰ হাতত আছে সেইতো মোৰ নহয় |

88) আমি  যিখন দেশত বাস কৰোঁ তাৰ নাম ভাৰতবৰ্ষ |

89) যি ঘৰতোত আমি বাস কৰোঁ সি বৰ পুৰণি |

90) যি লৰাটোৰ নাম অশোক সি মোৰ ভাগিন |

91) এনেকুৱা কোনো মানুহ নাই যি নিজৰ দেশক ভাল নাপায় |

92) মই নহালৈকে তুমি ৰবা |

93) যত আছা তাতে থাকা |

94) আমি শিকিবৰ কাৰনে পঢ়ো |

95) তেওঁ গা বেয়া কাৰনে আহিব নোৱাৰে |

96) তোমাৰ যিদৰে মন যায় সেইদৰে কৰিব পাৰা |

97) যদি তুমি আহা,মই যাম |

98) মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোবাৰে |

99) তুমি় মোতকৈ ওখ |

100) যদিও তেওঁ ধনী,তথাপি তেওঁ অসুখী |

101) যেনে কাম তেনে ফল |

102) যি মিচা কথা কয় তাক সকলোৱে ঘৃনা কৰে |

103) তেওঁ গুৱাহাটীলৈ অহা কথাটো সত্য নহয় |

105) শিক্ষকে যি কয় তাক মন দি শুনিবা |

106) তোমাৰ দেউতাৰা ঘৰলৈ কেতিয়া আহিব কব পাৰানে ?

107) মই জানো যে ৰাম এলেহুৱা নহয় |

108) যি লৰাটোৱে আমাৰ ইংৰাজী শিক্ষকৰ লগত কথা পাতি আছে , তেওঁক মই চিনি পাওঁ |

109) তেওঁ ইমান দুৰ্বল যে কথাই কব নোবাৰে |

110) মই নিশ্চয় আপোনাক সহায় কৰিম ,কাৰন আপুনি এজন ভাল মানুহ |

111) ইয়ালৈ তেখেত কেতিয়া আহে কোনেওঁ নাজানে  |

112) যদি জীৱনত উন্নতি কৰিব খুজিছা তেন্তে অবাবত সময় নস্ত নকৰিবা |

113) তেওঁ যি জানে সেইতো একবাৰে ভুল |

                    (127)

114) মই সদায় স্কুললৈ যাওঁ |

115) ৰামে গান গাইছে আৰু মীৰাই নাছিছে |

116) মই কিতাপখন পঢ়িলোঁ |

117) মোৰ দেউতাই কালিৰ পৰা ইনফ্লুয়েঞ্জাত ভুগিছে |

118) তুমি কামিজটো ফালিলা |

119) বেলিটো ডুবিল |

120) মই কালিলৈ যোৰহাটলৈ যাম |

121) তুমি ৰাতিপুৱা সোনকালে উঠানে ?

122) তুমি কেতিযাবা  এৰ‘প্লে‘নত উঠিছানে ?

123) তেওঁ কিমান পৰ ইয়াতে অপেক্ষা কৰিছে ?

124) তেওঁৰ ১৯৪০ চনত জন্ম হৈছিল |

125) তেওঁ অলপতে ইয়ালৈ আহিছিল |

126) তেওঁ এই কলমতো কলিকতাত কিনিছিল |

127) আমি ঘৰ পাওঁতে বেলি ডুবিছিল |

128) যুদ্ধ আৰম্ভ হওঁতে তুমি কত আছিলা |

129) আমি হাত-মুখ ধুই উঠাৰ পিছত শুবলৈ গলো |

130) তুমি যোৱাৰ পিছমুহূৰ্ততেই  মই তোমাক লগ পাব খুজিছিলো |

                         (137)

131) জহকালিৰ বন্ধ অতি সোনকালে আৰম্ভ হব |

132) তেওঁ ৬-৩০ বজাত এইখিনি পাবহি |

133) তেওঁ আহিলে মই লগ ধৰিম |

134) তুমি এইটো কৰিবা |

135) তুমি অনুগ্ৰহ কৰি এই চিঠিখন ডাকত দিবানে ?

136) ৰাতি মই শুই থাকিম |

137) আমি সেই সময়ত স্কুললৈ গৈ থাকিম |

138) অহা দেওবাৰে সন্ধ্যা তেওঁলোক চিনেমাহলত থাকিব |

139) আমি সেইসময়ৰ ভিতৰতে  তাত উপস্থিত হম গৈ |

140) সূৰ্য অস্ত যোৱাৰ আগতেই ৰেলখন গৈ ষ্টেচন পাবগৈ |

141) ডাক্তৰ অহাৰ পূৰ্বেই ৰোগী মৰিব |

                       (167)

142) ভাত খালানে ?

143) মোৰ দহোতা ৰুপৰ টকা আছে |

144) মই কালি চুলি কটালো |

145) ঘৰতোত ৰং দিলানে |

146) মেকুৰীজনীয়ে কেতিয়া পোৱালী দিব |

147) সিঁহতৰ কোনো ঘৰ-বাৰী নাই |

148) মই  আজি কালি নিয়মিতভাবে চিঠি-পএ নাপাওঁ

149) সি ভালদৰে পঢ়া-শুনা নকৰে |

150) মোৰ এটা কলমৰ প্ৰয়োজন |

151) তালৈ যোৱাৰ তাৰ প্ৰয়োজন আছে নেকি ?

152) সি ইমান পৰ অপেক্ষা কৰাৰ প্ৰয়োজন নাছিল |

153) আজি ৰাতি বৰষুণ দিব পাৰে ?

154) তুমি তাক সহায় কৰিব নোৱাৰিলানে ?

155) সি সহজে কামতো কৰিব পাৰিলেহেতেন ?

156) মিচা কথা কোৱা উচিত নহয় |

157) তেওঁ গুৱহাটীত থাকোঁতে প্ৰায় প্ৰতি সপ্তাহে  ছিলঙলৈ গৈছিল |

158) অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিবানে ?

159) মোৰ একাপ চাহ খাবৰ মন গৈছে ?

160) কামতো কৰিলে মই বৰ ভাল পাম |

161) মই তেওঁক এই বিষয়ে কবলৈ সাহ কৰিব নোৱাৰো |

162) তেওঁলোকৰ গাড়ী নাই নেকি ?

163) এইখন মোৰ ভনীজনীৰ কিতাপ |

164) দৈউতাই আম খুব ভাল পায় |

165) মই ভাবো সি আহিব |

166) তুমি ঠিকে কৈছা যেন লাগিছে |

167) যদু ইঞ্জিনীয়াৰ হব খোজে ?

168) তোমাৰ সৈতে মই একমত |

169) সি ককায়েকক খুব ভাল পায় |

170) মই আজি গাটো আগতকৈ ভাল পাইছো |

171) পুখুৰীটো শুকাই গৈছে ?

172) আপেলবোৰ ৰঙা পৰি আহিব ধৰিছে |

173) টেলিফোনতো হঠাতে বেয়া হৈ গল |

174) গাওঁখনত বসন্তই দেখা দিছে |

175) মাক মৰাৰ পিছত কেচুৱাটিক কোনে ডাঙৰ-দীঘল কৰিলে ?

176) ধোবা এজন মাতি আনাছোন |

177) শোৱাৰ পৰা পলমকৈ উঠা বেয়া |

178) তুমি সৌ ছবিখন ঢুকি পাবানে ?

179) নাওঁখন হঠাতে ডুবিল ?

180) আনক কেতিয়াো ঘূণা নকৰিবা |

                     (184)

181) লৰাটোৱে জোনবাইটো দেখে |

182) সি এখন গল্পৰ কিতাপ পঢ়িছে |

183) তাৰদ্বাৰা এখন গল্পৰ  কিতাপ পঢ়া হৈছে ?

184) ৰামে এটা নতুন কলম কিনিছে |

185) চিকাৰীয়ে বাঘতো মাৰিলে ?

186) বাঘতো চিকাৰীৰ দ্বাৰা নিহত হল |

187) শিক্ষকে তাক শাস্তি দিব |

188) শিক্ষকৰ দ্বাৰা তাক শাস্তি দিয়া হব |

189) দেউতাই মোক এটা ঘড়ী দিব |

190) তেওঁ ডাঃবৰুৱাক আনিবলৈ মানুহ পঠাইছে |

191) তেওঁৰদ্বাৰা ডাক্তৰ বৰুৱাক  আনিবলৈ মানুহ পঠোৱা হৈছে ?

192) মোৰ কলমতো চুৰি হল |

193) প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে |

194) তেওঁৰ ককায়েক যুদ্ৱত নিহত হৈছিল |

195) তাক ৰাতিপুৱা আহিবলৈ কোৱা হৈছিল |

196) মানুহজন মোৰ পৰিছিত |

197) এই খবৰটোত তেওঁ মৰ্মাহত হৈছে |

198) মই এই কথাত বৰ বিৰক্ত হৈ পৰিছো |

199) তুমি তেওঁৰ ওপৰত অসন্তুষ্ট নেকি ?

200) মোৰ কাৰনে এগিলাচ পানী আনা ?

201) মোৰ কাৰনে এগিলাচ পানী অনা হওঁক |

202) কিতাপখন পঢ়িবলৈ ভাল |

203) এই কলমটোৱে ভাল লিখে |

204) গোলাপৰ গোন্ধ মধুৰ |

205) মৌ খাবলৈ মিঠা |

206) এই কামতো কৰা উচিত নহয় |

207) কামতো কৰিবই লাগিব |

208) এই অংকতো পাঁচ মিনিটত কৰিব নোৱাৰি |

209) ভিক্ষাৰীটোক খোৱাবস্ত আৰু পানী দিব লগা হৈছিল |

210) কথিত আছে পুৰনি কালত ভাৰতবৰ্ষত বহুতো সৰু সৰু ৰাজ্য আছিল |

211) আশা কৰা যায় লৰাটোৱে জীৱনত উন্নতি কৰিব |

212) আশা কৰা যায়,তেওঁ কাইলৈ সভাত থাকিব |

                            (190)

213) তুমি সাঁতুৰিব জানানে ?

214) এই শব্দটো কেনেকৈ উচ্চাৰণ কৰিব লাগে তুমি নাজানা নেকি ?

215) মই কত থাকিম এতিয়াও সিন্ধান্ত কৰা নাই |

216) টিকত কত পায় খবৰ কৰকচোন |

217) অংকতো কেনেকৈ কৰিব লাগে মই তাক বুজাই দিছিলোঁ |

218) তুমি এতিয়া গৈ থাকা কিন্তু কত ৰব লাগে মনত ৰাখিবা |

219) এইটো কৈনেকৈ কৰিব লাগে মই বাৰে বাৰে কৈ থাকিম নেকি ?

220) সেইখিনি কেনেকৈ পাবগৈ পাৰি অনুগ্ৰহ কৰি কওকচোন |

221) কামতো কেতিয়াকৈ আৰম্ভ কৰিব পাৰি ভাবি চাব লাগিব |

222) মোক এখন গল্পৰ কিতাপ লাগে,কোনখন কিনিম কওকচোন |

223) মই দবা কেনেকৈ খেলিব লাগে পাহৰিয়েই গলোঁ |

224) তুমি কলৈ যাব খুজিছা কোবাচোন |

225) এসপ্তাহমান মটৰ গাড়ীখন ইয়াতে আছে কিন্তু এইখন কাৰ কোনেও নাজানে |

226)কিতাপবিলাক কত থবা তেওঁ তোমাক কব |

227)তেওঁ কিতাপখন কত থলে সোধাছোন |

228) ৰছীডাল কিমান দীঘল কব পাৰিবানে ?

229) বাকচটোত কিবা এটা আছে,কি আছে কব পাৰিবানে  ?

230)দলটোত কোনে কোনে খেলিব দলপতিয়ে থিক কৰিব |

231) তেওঁ কিয় এতিয়াও ঘূৰি অহা নাই মই তাকে ভাবিছো |

232) চুঁৱেটাৰ কেনেকৈ গুঠিব লাগে দেখুৱাই দিয়কচোন |

233) এইটোনো কি মই ধৰিব পৰা নাই |

234) সমস্য়াটো কেনেকৈ সমাধান কৰিব পাৰি আমি আলোচনা কৰিব লাগিব |

                              (২০২)

235) কালি গানগোৱা ছোৱালী এইজনী |

236) তোমাৰ ঘড়ী ভঙা লৰা এইজনেই |

237) তেওঁ ভঙা ঘড়ী এইটোৱেই |

238) আজি পুৱা লগ পোৱা বুঢ়া  মানুহজনে মোক এটা আচৰিত গল্প  কৈছিল |

239) তোমাৰ লগত কথা পতা ছোৱালীজনী তুমি চিমি পোৱানে |

240) মোৰ লগত কথা পতা ছোৱালীজনী ৰামৰ ভনীয়েক |

241) মোক এই খবৰটো দিয়া লৰাজন মই চিনি নাপালো |

242) তুমি লগ পোৱা লৰাজনৰ নাম মাধৱ |

243) তেওঁ যিবোৰ লৰা-ছোৱালীৰ লগত খেলে,সিহঁত আজি নাহিল |

244) মই যিজন মানুহৰপৰা এই টকাখিনি ধাৰলৈ আনিছো তেওঁ মোৰ অন্তৰংগ  বন্ধু |

245) তেওঁ ভাৰালৈ লোৱা টেস্কিখন কেইমাইলমান যোৱাৰ পিছতে  অচল হৈ পৰিল |

246) মই জনাত এইখনেই ইয়াত ভাল হোটেল |

247) মই উঠি থকা জখলাখন হঠাতে পিছলিবলৈ ধৰিলে |

248) তোমাৰ ককায়েৰে যেতিয়া তুমি কি কৰিলা গম পাব তেওঁ খুব খং কৰিব |

249) তাত ছোৱালী বহুত আছিল কিন্তু কেৱল ৰাধাইহে চাহ কৰাত সহায় কৰিলে |

250) তেওঁ কাম কৰা অফিচ এইটোয়েই |

251) দেওবাৰটো সকলোৰে বাবে জিৰনী লোৱা দিন |

252) ৱাৰ্ডছৱাৰ্থ প্ৰধানকৈ কবিহে,কিন্তু তেওঁ ভাল গদ্য়ও লিখিছিল |

253) মিঃবৰুৱাই মোক অংক শিকায়,তেওঁ আজি পুৱা ঘৰলৈ গল |

254) এই কলমটোৰ কাৰনে দহ টকা ভৰিলোঁ কিন্তু ভালকৈ লিখিব নোৱাৰি |

                         (২২০)

 255) তেওঁ ভালকৈ ইংৰাজী কয় |

256) তাই খুব পৰিশ্ৰম কৰিব পাৰে |

257) লৰালৰিকৈ আহিব নোৱাৰেনে |

258) কালি তাই ইয়াত গান গাইছিল |

259) তুমি কলৈ যোৱা |

260) তোমাৰ ভায়েৰাক মোৰ কৰবাত দেখা মনত আছে |

261) তেঁওক কৰবাত দেখিছিলানে ?

262) মই কাজিৰঙালৈ তিনিবাৰ গৈছোঁ |

263) দেউতা কালি আহিল |

265) তেওঁ এতিয়া পঢ়িছে |

266) তেওঁ এতিয়াও কিতাপখন পঢ়ি শেষ কৰা নাই |

267) মোৰ ভাইটো এতিয়াও স্কুলতে আছে |

268) তেওঁ এতিয়াও শুই আছে |

269) তুমি এতিয়াও গা ধোৱা নাই |

270) তেওঁ সদায় সময়তে আহাৰ খায় |

271) তুমি সদায় ফুটবল খেলা,মই কিন্তু কেতিয়াবা খেলোঁ |

 272) তালৈ নাযাবলৈ তোমাক প্ৰায় কোৱা হৈছে |

273) তেওঁ মাহে দুবাৰকৈ ঘৰলৈ যায় |

274) তুমি কেতিয়াবা সিংহ দেখিছানে ?

275) মাই মোক সদায় সময়তে শুবলৈ কয়,কিন্তু মই এইটো নকৰো |

276) গাড়ীখনত চাৰীজন মানুহ আছিল |

277) সদায় সঁচা কথা কবা |

278) তেওঁ বৰ বেয়াকৈ খেলিছিল |

279) মানুহগৰাকীয়ে মোক ভালকৈ চিনি পায়,কাৰন তেখেতক মই প্ৰায় লগ পাওঁ |

280) মই সাতুৰিব নোৱাৰাৰ নিচিনাই |

281) ছবিখন যথেষ্ট দীঘল আছিল |

282) তেওঁৰ এটাহে মাএ লৰা আছে |

283) মোৰ ঘড়ীটো তোমাক একেবাৰে দি দিব নোৱাৰো,মাএ কেইদিনমানৰ কাৰনেহে |

284) তেওঁ কেৱল মোকহে টকা ধাৰলৈ দিব |

285) মই তেওঁ কোৱা কথাৰ কেৱল শেষৰছোৱাহে বিশ্বাহ কৰিছিলোঁ |

                        (11)

286) ভাল লৰাই সময়তে নিজৰ পাঠ পঢ়ে |

= A good boy reads his lesion in time.

287) তেঁও যোৱাকালি ফুৰিবলৈ যোৱা নাচিল |

=He didnot go for a walk yesterday.

288)  আমাৰ স্কুলত ছশ ছাএ-ছাএী আছে |

=There are six hundred students in our school.

289) বাইবেল খ্ৰীষ্টানৰ ধৰ্মগ্ৰন্থ |

=The bible is a holy book of the Christians.

290) ঘৰতো কিমান ডাঙৰ |

=How big is the house.

291) তৰ্ক প্ৰতিযোগিতাত সি তৃতীয় হল |

=He come third in the debate.

292) সি যে কি এলেহুৱা লৰা !

=What an ideal boy he is !

293) হৰেন, তোমাৰ কি হৈছে ?

=Haren,What is the matter with you?

294) ভিক্ষাৰীজন ক্লান্ত হৈ অৱশেষত বাটৰ কাষত পৰিছিল |

=Being tired the beggar at last fell asleep by the roadside.

295) তেওঁ ধনী কিন্তু সুখী নহয় |

=He, is rich, but not happy.

296) নিয়মমতে পঢ়ি যোৱা নহলে পৰীক্ষাত ফেল কৰিবা |

=Read regularly or you fail in the examination.

297) এই গিলাচটো তেওঁ নাইবা তেওঁৰ ভনীয়েকে ভাঙিছে |

=Either he or is sister has broken the glass.

298) তুমি হয় থাকা নহলে এতিয়াই যোৱা |

=Either saty or leave at once.

299) সি অকল সাধুৱেই নহয় বুধিয়কো |

=He is not only honest,but also intelligent.

300) বেগাই খোজ দিয়া নহলে ৰেল-গাড়ীখন ধৰিব নোৱাৰিবা |

=Walk fast otherwise you will miss the train.

301) পঢ়া সময়ত পঢ়িবা আৰু খেলাৰ সময়ত খেলিবা |

=Read while you read and play while you play.

302) মই জানো যে তেওঁ বৰ দুখীয়া |

=I know that he is very poor.

303) সি কেনেকৈ পৰীক্ষাত ইমান নম্বৰ পায় মই কব নোৱাৰো |

=I do not know how he gets such high marks in  the  examination.

304) পৃথীৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে |

=That the earth revolves round the sun is known to all.

305) চাবা, যাতে পৰীক্ষাত ফেইল নকৰা |

306) তেওঁ মৰা বুলি ওলোৱা বাতৰিতো ভুল |

307) মীনা যেনেকুৱা বুধিয়ক লীলাও তেনেকুৱা |

308) মই যোৱা শনিবাৰে হেৰুওৱা ছাতি এইটো |

309) মানুহজন চোৰ নে সাধু ধৰিব নোৱাৰিলোঁ |

310) আমাৰ গাঁৱত এটা পুথিভঁৰাল আাছে |

311)  ইয়াত প্ৰায় বাৰশ কিতাপ আছে |

312) কিতাপবোৰৰ সৰহভাগেই গল্পৰ কিতাপ |

313) কিছুমান স্কুল-কলেজৰ কিতাপো  আছে |

314) এজন পাঠকক এখনকৈ কিতাপ দিয়া হয় |

315) পুঠিভঁৰালীয়ে পাঠকক কিতাপ বছাত সহায় কৰি দিয়ে |

316) কিতাপ বাছি দিয়াতো এটা দায়িত্বপূৰ্ণ কাম |

317) এটা পুখুৰীত এটা ভেকুলী আছিল |

318) ভেকুলীয়ে সাপক বৰ ভয় কৰে |

319) নিগনীয়ে মেকুৰীৰ ভয়তে কঁপি থাকে |

320) দুয়ো নিৰাপদে বাস কৰাৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে |

321) সিঁহতে ভয়ত আৰু কিমান দিন চলিব |

322) অৱশেষত কিমান দিন চলিব |

323) অৱশেষত দুয়ো একেলগে থাকিবলৈ সিদ্বান্ত কৰিলে |

324) সিঁহতে ভয়তে আৰু কিমান দিন চলিব |

325) মোৰ নাম বিমান |

326) এইটো কিন্ত বৰ সহজ কথা নাছিল |

327) গছত গান তকা চৰাইটো দেখিছিলানে ?

328)  সি এটা বৰ মধুৰ গীত গাইছে |

329) ভগা ফলিখন দলিয়াই পেলোৱা |

330) চলন্ত গাড়ীৰ ওচৰলৈ নাযাবা |

331) ফুলি থকা ফুলবোৰ কেনে ধুনীয়া ?

332) বীৰেন আৰু নৰেনে  ক্ৰিকেট খেলি ভাল পায় |

333) তেওঁ দুখীয়া কিন্ত বৰ সাধু প্ৰকৃতিৰ |

334) তেওঁ আহিলে মই যাম |

335) লতিকা যেনে ৰুপৱতী তেনে গুনবতী |

336) লৰা জনৰ অসুখ আছে,সেয়ে সি স্কুললৈ আহিব নোৱাৰিলে |

337) আমাৰ দেউতাই চাহো নাখায় ধুমপানো নকৰে |

338) হয় ইংৰাজী পঢ়া,নহলে অংক কৰা |

339) সচাঁ কথা কোৱা নহলে তোমাক শাস্তি দিয়া হব | 

340) প্ৰকাশ অকল বুধিয়কে নহয় পৰিশ্ৰমীও |

341) তেওঁ আৰু মই উভয়ে এইকামৰ বাবে দোষী |

342) পঢ়াৰ সময়ত মন দি পঢ়িবা আৰু খেলাৰ সময়ত আনন্দেৰে খেলিবা |

343) তেওঁ জ্ঞানী নহয়,বৰং মুৰ্খহে |

344) বিজুৱে নিজেও নপঢ়ে আনকো পঢ়িব নিদিয়ে |

345) যদি চেষ্টা নকৰা ,পৰীক্ষাত কৃতকাৰ্য হবা কেনেকৈ ?

346) গৈ থাকোতে বাটত তেওঁলোকে এজন বুঢ়া মানুহ লগ পাইছিল |

347) দেউতা নহালৈ আপুনি অপেক্ষা কৰিব |

1. ভাল লৰাই সময়তে নিজৰ পাঠ পঢে্ ।

Good boy studies his lessons in time.

2. তেঁও যোৱাকালি ফুৰিবলৈ যোৱা নাচিল ।

He didn’t go outside yesterday.

3. আমাৰ স্কুলত ছশ ছাএ-ছাএী আাছে ।

There are 600 students in our school.

4. বাইবেল খ্ৰীষ্টনৰ ধৰ্মগ্ৰণ্হ ।

Bible is the holy book of the Christians.

5. ঘৰতো কিমান ডাঙৰ ।

How big is the house?

6. তৰ্ক প্ৰতিযোগিতাত সি তৃতীয় হ’ল ।

He came third at the debate competition.

7. সি কি এলেহুৱা লৰা ।

How lazy he is !

8. হৰেন, তোমাৰ কি হৈছে ?

What happen to you Haren?

9. ভিক্ষাৰীজত ক্লান্ত হৈ অৱশেষত বাটৰ কাষত শুই পৰিছিল ।

Being tired the beggar at last slept nearby the road.

10. তেওঁ ধনী কিন্তু সুখী নহয় ।

He is rich but unhappy.

11. নিয়মমতে পঢি যোৱা নহলে পৰীক্ষাত ফেল কৰিবা ।

Read according to rules otherwise you will fail in examination.

12. এই গিলাচটো তেওঁ নাইবা তেওঁৰ ভনীয়েকে ভাঙিছে ।

This glass is broken either by him or his sister.

13. তুমি হয় থাকা নহলে এতিয়াই যোৱা ।

Either you stay or leave now.

14. সি অকল সাধুৱেই নহয় বুধিয়কো ।

He is not only wise but also clever.

15. বেগাই খোজ দিয়া নহলে ৰেল-গাড়ীখন ধৰিব নোৱাৰিবা ।

Walk fast or else you won’t be able to catch the train.

16. পঢ়া সময়ত পঢ়িবা আৰু খেলাৰ সময়ত খেলিবা ।

Read when it is time to read and play when it is time to play.

17. মই জানো যে তেওঁ বৰ দুখীয়া ।

I know that he is very poor.

18. সি কেনেকৈ পৰীক্ষাত ইমান নম্বৰ পায় মই কব নোৱাৰো ।

How he scores more marks I don’t know.

19. পৃথীৱী যে সূৰ্য়ৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে ।

That the earth moves round the Sun is known to all.

20. চাবা, যাতে পৰীক্ষাত ফেইল নকৰা ।

Let’s see that you don’t fail in the examination.

21. তেওঁ  মৰা বুলি ওলোৱা বাতৰিতো ভুল ।

The news about his death is fake.

22. মীনা যেনেকুৱা বুধিয়ক লীলাও তেনেকুৱা ।

Lila is as clever as Mina.

23. মই যোৱা শনিবাৰে হেৰুওৱা ছাতি এইটো ।

This is the umbrella which I lost last Saturday.

24. মানুহজম চোৰ নে সাধু ধৰিব নোৱাৰিলোঁ ।

I couldn’t figure out whether the man was wicked or honest.

25. আামাৰ গাঁৱত এটা পুথিভঁৰাল আাছে ।

There is a library in our village.

26. ইয়াত প্ৰায় বাৰশ কিতাপ আছে ।

There are almost twelve hundred books in it.

27. কিতাপবোৰৰ সৰহভাগেই গল্পৰ কিতাপ ।

Most the books are story books.

28. কিছুমান স্কুল-কলেজৰ কিতাপো  আছে ।

Some of them are school and college books.

29. এজন পাঠকক এখনকৈ কিতাপ দিয়া হয় ।

One reader is given one book.

30. পুঠিভঁৰালীয়ে পাঠকক কিতাপ বছাত সহায় কৰি দিয়ে ।

The librarian helps the readers in choosing books.

Leave a comment