HSLC | SEBA | ASSAM | CLASS 10
(75)
1) আমাৰ গাৱত এটা ডাকঘৰ আছে |
=There is a post office in our village.
2) ডাকঘৰটোত এজন পোষ্ট মাষ্টৰ আছে |
=There is a post master in the post office.
3) হীৰা এবিধ বহুমূলীয়া পাথৰ |
=Diamond is a precious stone.
4) দাঁত নোহোৱা সাপৰ ফোঁচফোঁচনিয়ে সাৰ |
=An empty vessel sounds much.
5) নিস্কৰ্মা লোকৰ মনত কুচিন্তাই ঠাই পায় |
=An idle brain is a devil`s workshop.
6) ঘোঁৰাই বেগাই দৌঁৰিব পাৰে |
=Horses can run fast.
7) কালিদাস ভাৰতৰ হোমাৰ |
=Kalidasa is the Homer of india.
8) মানুহ মৰনশীল |
=Man is mortal.
9) প্ৰশান্ত মহাসাগৰৰ পানী লুণীয়ানে ?
=Is the water of the Pacific Oecan salty ?
10) মই কালি দিয়া কিতাপখন কত থৈচা ?
= Where have you kept the book I gave you yesterday.
11) গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনত স্থাপিত হৈছিল |
=Guwahati university was established in 1948.
12) আমি ভিক্ষাৰীজনক এখন এটকীয়া নোট দিলোঁ |
=We gave a one ruppe note to the beggar.
13) এঘণ্টা পাছত আহিবা |
=Please come after one hour.
14) তাৰ বাইদেৱেক এম.এ. পাছ |
=His (elder) sister is an M.A.
15) চেনী মিঠা |
=Suger is sweet.
16) মোক অলপ চেণী লাগে |
=I want some sugar.
17)মোৰ চেণী অলপো নাই |
=I haven`t any sugar.
18) গিলাচটোত পানী প্ৰায় নায়েই |
=There is little water in the glass.
19) গিলাচটোত পানী একেবাৰে অলপহে আাছে |
=There is little water in the glass .
20) গিলাচটোত অলপ গাখীৰ আছে |
=There is a little milk in the glass
21) গিলাছটোত থকা গাখীৰখিনি পেলাই দিয়া |
=Throw away the milk that is in the glass.
22) গছজোপাত প্ৰায় আম নায়েই |
=There are few mangoes on the tree.
23) গছজোপাত আপেল কেইটামান আছে |
=There are a few apples on the tree.
24) পাচিটোত যি কেইটামান আপেল আছে আটাইকেইটা বেয়া |
=The few apples that are in the basket are bad.
25) ঘৰতো বিচাৰি উলিয়াওতে আমাৰ বহুত কষ্ট হৈছিল |
= we had a lot of trouble in finding out the house.
26) গছজোপাত এসোপা কমলা আছে |
=There are a lot of oranges on the tree.
27) এই শ্ৰেণীটোত বহুতো ছোৱালী আছে নেকি ?
=Are there many girls in the class?
28) সেই দোকানখনত বহুতো চাউল আছে নেকি ?
=Is there plenty of rice in that shop?
29) চাহ কাপত তুমি বৰ বেছি চেণী দিছা |
=You have put too much sugar in the cup of tea.
30) এই পুঠিভঁৰালটোত বহুতো কিতাপ আছে |
=There are many books in this library.
31) মোৰ সময় নাই |
=I have no time.
32) সৌ গছজোপাত পাত নাই |
=There are no leaves on that tree.
33) গৰু উপকাৰী জন্তু |
34) ই আমাক গাখীৰ দিয়ে |
35) গাখীৰ ভাল খাদ্য |
36) গাখীৰৰ পৰা মখন,ঘি আদি তৈয়াৰ কৰা হয় |
37) আমাৰ এজনী গৰু আছিল |
38) গৰুজনীয়ে ভালেখিনি গাখীৰ দিছিল |
39) তাইৰ এটা পোৱালি আছিল |
40) পোৱালীটো আছিল বগা ৰঙৰ |
41) টেবুলৰ ওপৰত সুমঠিৰা টেঙা আছে |
42) সৌ গছজোপাত এটা ফেচাঁ আছে |
43) কেইবছৰমান আগতে ডিব্ৰুগড়ত এখন
বিশ্ববিদ্যালয় পতা হৈছিল |
44) স্মিথ ডাঙৰীয়া এজন ইউৰোপীয় ভদ্ৰলোক |
45) মোক এখন এটকীয়া নোট দিবানে ?
46) প্ৰতেকৰে জীৱনত এটি লক্ষ্য থকা উচিত |
47) যোৱাকালি আমাৰ ঘৰৰ ওচৰত এটা দুৰ্ঘটনা ঘটিছিল |
48) হিমালয় পৰ্বতশ্ৰেণী ভাৰতৰ উওৰত |
49) গঙ্গা বৰ ডাঙৰ নদী |
50) মিচিচিপি পৃথীৱীৰ তৃতীয় দীঘল নদী |
51) কোৰান এখন ধৰ্মগ্ৰন্থ |
52) তেওঁক অসমৰ কালিদাস বোলা হয় |
53) গোলাপ ফুল বৰ ধুনীয়া |
54) অসমৰ মৰাপাট বৰ ভাল বিধৰ |
55) অসমৰ চাহৰ গোন্ধ বৰ বেছি নাই |
56) বন্দুকটো বাকছৰ ভিতৰত থোৱা |
57) ফাৰ্মাচীৰ পৰা ঔষধটো আনিবানে ?
58) যিমানে পঢ়িবা সিমানে শিকিবা |
59) পৃথীৱী সূৰ্যৰ চাৰিওফালে ঘূৰে |
60) মই বাছেৰে আহিব নোবাৰিলো |
61) মই ৯.৩০বজাৰ ৰেল-গাড়ীত আহিলোঁ |
62) এইখন কিতাপেই আটাইতকৈ ভাল |
63) চোৰটো মাজনিশা আহিছিল |
64) কৃষক বিদ্ৰোহ ইংলেন্দৰ বুৰঞ্জীৰ এটা ডাঙৰ ঘটনা |
65) তাজমহল বৰ ধুনীয়া |
66) মোক অলপ পানী দিয়া |
67) গিলাচটোত অকনো পানী নাই নেকি ?
68) পুখুৰীটোত অকনো পানী নাই |
69) সভাত প্ৰায় মানুহ নাছিলেই |
70) কেইজনমান মানুহে আজি ৰাতিপুৱা মোক দেখা কৰিবলৈ আহিছিল |
71) তেওঁৰ টকা-পইচা বৰ বেছি নাই |
72) তাৰ দেউতাকৰ বহুত টকা-পইচা আছে |
73) গছজোপাত বহুত নাৰিকল আছে |
74) যি কেইজনমান লৰা স্কুললৈ আহিছিল সিঁহতৰ কিতাপ নাছিল |
75) গুৱাহাটীৰ চিৰিয়াখানাত ধুনীয়া চৰাই মাত্ৰ কৈইটামানহে আছে |
76) তাত বাঘ কৈইটামান আছে |
77) বহুতো লৰাই গল্প কিতাপ ভাল নাপায় |
78) বহুতো ছোৱালীয়ে চিলাইৰ কাম জানে
79) এই বিষয়ে মই বৰ বেছি নাজানো |
(108)
80) পৃথীৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে |
81) মই যি কওঁ মন দি শুনা |
82) আমি জানো যে সাধুতাই উওম পথ |
83) বাতৰিটো হৈছে এইটো যে মানুহটো কালি মৰিল |
84) সি যে মৰিল এই উৰা বাতৰিটো সত্য় নহয় |
85) যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ |
86) যি মিচা কথা কয়, তেওঁ পাপী |
87) যি কলমতো ৰামৰ হাতত আছে সেইতো মোৰ নহয় |
88) আমি যিখন দেশত বাস কৰোঁ তাৰ নাম ভাৰতবৰ্ষ |
89) যি ঘৰতোত আমি বাস কৰোঁ সি বৰ পুৰণি |
90) যি লৰাটোৰ নাম অশোক সি মোৰ ভাগিন |
91) এনেকুৱা কোনো মানুহ নাই যি নিজৰ দেশক ভাল নাপায় |
92) মই নহালৈকে তুমি ৰবা |
93) যত আছা তাতে থাকা |
94) আমি শিকিবৰ কাৰনে পঢ়ো |
95) তেওঁ গা বেয়া কাৰনে আহিব নোৱাৰে |
96) তোমাৰ যিদৰে মন যায় সেইদৰে কৰিব পাৰা |
97) যদি তুমি আহা,মই যাম |
98) মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোবাৰে |
99) তুমি় মোতকৈ ওখ |
100) যদিও তেওঁ ধনী,তথাপি তেওঁ অসুখী |
101) যেনে কাম তেনে ফল |
102) যি মিচা কথা কয় তাক সকলোৱে ঘৃনা কৰে |
103) তেওঁ গুৱাহাটীলৈ অহা কথাটো সত্য নহয় |
105) শিক্ষকে যি কয় তাক মন দি শুনিবা |
106) তোমাৰ দেউতাৰা ঘৰলৈ কেতিয়া আহিব কব পাৰানে ?
107) মই জানো যে ৰাম এলেহুৱা নহয় |
108) যি লৰাটোৱে আমাৰ ইংৰাজী শিক্ষকৰ লগত কথা পাতি আছে , তেওঁক মই চিনি পাওঁ |
109) তেওঁ ইমান দুৰ্বল যে কথাই কব নোবাৰে |
110) মই নিশ্চয় আপোনাক সহায় কৰিম ,কাৰন আপুনি এজন ভাল মানুহ |
111) ইয়ালৈ তেখেত কেতিয়া আহে কোনেওঁ নাজানে |
112) যদি জীৱনত উন্নতি কৰিব খুজিছা তেন্তে অবাবত সময় নস্ত নকৰিবা |
113) তেওঁ যি জানে সেইতো একবাৰে ভুল |
(127)
114) মই সদায় স্কুললৈ যাওঁ |
115) ৰামে গান গাইছে আৰু মীৰাই নাছিছে |
116) মই কিতাপখন পঢ়িলোঁ |
117) মোৰ দেউতাই কালিৰ পৰা ইনফ্লুয়েঞ্জাত ভুগিছে |
118) তুমি কামিজটো ফালিলা |
119) বেলিটো ডুবিল |
120) মই কালিলৈ যোৰহাটলৈ যাম |
121) তুমি ৰাতিপুৱা সোনকালে উঠানে ?
122) তুমি কেতিযাবা এৰ‘প্লে‘নত উঠিছানে ?
123) তেওঁ কিমান পৰ ইয়াতে অপেক্ষা কৰিছে ?
124) তেওঁৰ ১৯৪০ চনত জন্ম হৈছিল |
125) তেওঁ অলপতে ইয়ালৈ আহিছিল |
126) তেওঁ এই কলমতো কলিকতাত কিনিছিল |
127) আমি ঘৰ পাওঁতে বেলি ডুবিছিল |
128) যুদ্ধ আৰম্ভ হওঁতে তুমি কত আছিলা |
129) আমি হাত-মুখ ধুই উঠাৰ পিছত শুবলৈ গলো |
130) তুমি যোৱাৰ পিছমুহূৰ্ততেই মই তোমাক লগ পাব খুজিছিলো |
(137)
131) জহকালিৰ বন্ধ অতি সোনকালে আৰম্ভ হব |
132) তেওঁ ৬-৩০ বজাত এইখিনি পাবহি |
133) তেওঁ আহিলে মই লগ ধৰিম |
134) তুমি এইটো কৰিবা |
135) তুমি অনুগ্ৰহ কৰি এই চিঠিখন ডাকত দিবানে ?
136) ৰাতি মই শুই থাকিম |
137) আমি সেই সময়ত স্কুললৈ গৈ থাকিম |
138) অহা দেওবাৰে সন্ধ্যা তেওঁলোক চিনেমাহলত থাকিব |
139) আমি সেইসময়ৰ ভিতৰতে তাত উপস্থিত হম গৈ |
140) সূৰ্য অস্ত যোৱাৰ আগতেই ৰেলখন গৈ ষ্টেচন পাবগৈ |
141) ডাক্তৰ অহাৰ পূৰ্বেই ৰোগী মৰিব |
(167)
142) ভাত খালানে ?
143) মোৰ দহোতা ৰুপৰ টকা আছে |
144) মই কালি চুলি কটালো |
145) ঘৰতোত ৰং দিলানে |
146) মেকুৰীজনীয়ে কেতিয়া পোৱালী দিব |
147) সিঁহতৰ কোনো ঘৰ-বাৰী নাই |
148) মই আজি কালি নিয়মিতভাবে চিঠি-পএ নাপাওঁ
149) সি ভালদৰে পঢ়া-শুনা নকৰে |
150) মোৰ এটা কলমৰ প্ৰয়োজন |
151) তালৈ যোৱাৰ তাৰ প্ৰয়োজন আছে নেকি ?
152) সি ইমান পৰ অপেক্ষা কৰাৰ প্ৰয়োজন নাছিল |
153) আজি ৰাতি বৰষুণ দিব পাৰে ?
154) তুমি তাক সহায় কৰিব নোৱাৰিলানে ?
155) সি সহজে কামতো কৰিব পাৰিলেহেতেন ?
156) মিচা কথা কোৱা উচিত নহয় |
157) তেওঁ গুৱহাটীত থাকোঁতে প্ৰায় প্ৰতি সপ্তাহে ছিলঙলৈ গৈছিল |
158) অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিবানে ?
159) মোৰ একাপ চাহ খাবৰ মন গৈছে ?
160) কামতো কৰিলে মই বৰ ভাল পাম |
161) মই তেওঁক এই বিষয়ে কবলৈ সাহ কৰিব নোৱাৰো |
162) তেওঁলোকৰ গাড়ী নাই নেকি ?
163) এইখন মোৰ ভনীজনীৰ কিতাপ |
164) দৈউতাই আম খুব ভাল পায় |
165) মই ভাবো সি আহিব |
166) তুমি ঠিকে কৈছা যেন লাগিছে |
167) যদু ইঞ্জিনীয়াৰ হব খোজে ?
168) তোমাৰ সৈতে মই একমত |
169) সি ককায়েকক খুব ভাল পায় |
170) মই আজি গাটো আগতকৈ ভাল পাইছো |
171) পুখুৰীটো শুকাই গৈছে ?
172) আপেলবোৰ ৰঙা পৰি আহিব ধৰিছে |
173) টেলিফোনতো হঠাতে বেয়া হৈ গল |
174) গাওঁখনত বসন্তই দেখা দিছে |
175) মাক মৰাৰ পিছত কেচুৱাটিক কোনে ডাঙৰ-দীঘল কৰিলে ?
176) ধোবা এজন মাতি আনাছোন |
177) শোৱাৰ পৰা পলমকৈ উঠা বেয়া |
178) তুমি সৌ ছবিখন ঢুকি পাবানে ?
179) নাওঁখন হঠাতে ডুবিল ?
180) আনক কেতিয়াো ঘূণা নকৰিবা |
(184)
181) লৰাটোৱে জোনবাইটো দেখে |
182) সি এখন গল্পৰ কিতাপ পঢ়িছে |
183) তাৰদ্বাৰা এখন গল্পৰ কিতাপ পঢ়া হৈছে ?
184) ৰামে এটা নতুন কলম কিনিছে |
185) চিকাৰীয়ে বাঘতো মাৰিলে ?
186) বাঘতো চিকাৰীৰ দ্বাৰা নিহত হল |
187) শিক্ষকে তাক শাস্তি দিব |
188) শিক্ষকৰ দ্বাৰা তাক শাস্তি দিয়া হব |
189) দেউতাই মোক এটা ঘড়ী দিব |
190) তেওঁ ডাঃবৰুৱাক আনিবলৈ মানুহ পঠাইছে |
191) তেওঁৰদ্বাৰা ডাক্তৰ বৰুৱাক আনিবলৈ মানুহ পঠোৱা হৈছে ?
192) মোৰ কলমতো চুৰি হল |
193) প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে |
194) তেওঁৰ ককায়েক যুদ্ৱত নিহত হৈছিল |
195) তাক ৰাতিপুৱা আহিবলৈ কোৱা হৈছিল |
196) মানুহজন মোৰ পৰিছিত |
197) এই খবৰটোত তেওঁ মৰ্মাহত হৈছে |
198) মই এই কথাত বৰ বিৰক্ত হৈ পৰিছো |
199) তুমি তেওঁৰ ওপৰত অসন্তুষ্ট নেকি ?
200) মোৰ কাৰনে এগিলাচ পানী আনা ?
201) মোৰ কাৰনে এগিলাচ পানী অনা হওঁক |
202) কিতাপখন পঢ়িবলৈ ভাল |
203) এই কলমটোৱে ভাল লিখে |
204) গোলাপৰ গোন্ধ মধুৰ |
205) মৌ খাবলৈ মিঠা |
206) এই কামতো কৰা উচিত নহয় |
207) কামতো কৰিবই লাগিব |
208) এই অংকতো পাঁচ মিনিটত কৰিব নোৱাৰি |
209) ভিক্ষাৰীটোক খোৱাবস্ত আৰু পানী দিব লগা হৈছিল |
210) কথিত আছে পুৰনি কালত ভাৰতবৰ্ষত বহুতো সৰু সৰু ৰাজ্য আছিল |
211) আশা কৰা যায় লৰাটোৱে জীৱনত উন্নতি কৰিব |
212) আশা কৰা যায়,তেওঁ কাইলৈ সভাত থাকিব |
(190)
213) তুমি সাঁতুৰিব জানানে ?
214) এই শব্দটো কেনেকৈ উচ্চাৰণ কৰিব লাগে তুমি নাজানা নেকি ?
215) মই কত থাকিম এতিয়াও সিন্ধান্ত কৰা নাই |
216) টিকত কত পায় খবৰ কৰকচোন |
217) অংকতো কেনেকৈ কৰিব লাগে মই তাক বুজাই দিছিলোঁ |
218) তুমি এতিয়া গৈ থাকা কিন্তু কত ৰব লাগে মনত ৰাখিবা |
219) এইটো কৈনেকৈ কৰিব লাগে মই বাৰে বাৰে কৈ থাকিম নেকি ?
220) সেইখিনি কেনেকৈ পাবগৈ পাৰি অনুগ্ৰহ কৰি কওকচোন |
221) কামতো কেতিয়াকৈ আৰম্ভ কৰিব পাৰি ভাবি চাব লাগিব |
222) মোক এখন গল্পৰ কিতাপ লাগে,কোনখন কিনিম কওকচোন |
223) মই দবা কেনেকৈ খেলিব লাগে পাহৰিয়েই গলোঁ |
224) তুমি কলৈ যাব খুজিছা কোবাচোন |
225) এসপ্তাহমান মটৰ গাড়ীখন ইয়াতে আছে কিন্তু এইখন কাৰ কোনেও নাজানে |
226)কিতাপবিলাক কত থবা তেওঁ তোমাক কব |
227)তেওঁ কিতাপখন কত থলে সোধাছোন |
228) ৰছীডাল কিমান দীঘল কব পাৰিবানে ?
229) বাকচটোত কিবা এটা আছে,কি আছে কব পাৰিবানে ?
230)দলটোত কোনে কোনে খেলিব দলপতিয়ে থিক কৰিব |
231) তেওঁ কিয় এতিয়াও ঘূৰি অহা নাই মই তাকে ভাবিছো |
232) চুঁৱেটাৰ কেনেকৈ গুঠিব লাগে দেখুৱাই দিয়কচোন |
233) এইটোনো কি মই ধৰিব পৰা নাই |
234) সমস্য়াটো কেনেকৈ সমাধান কৰিব পাৰি আমি আলোচনা কৰিব লাগিব |
(২০২)
235) কালি গানগোৱা ছোৱালী এইজনী |
236) তোমাৰ ঘড়ী ভঙা লৰা এইজনেই |
237) তেওঁ ভঙা ঘড়ী এইটোৱেই |
238) আজি পুৱা লগ পোৱা বুঢ়া মানুহজনে মোক এটা আচৰিত গল্প কৈছিল |
239) তোমাৰ লগত কথা পতা ছোৱালীজনী তুমি চিমি পোৱানে |
240) মোৰ লগত কথা পতা ছোৱালীজনী ৰামৰ ভনীয়েক |
241) মোক এই খবৰটো দিয়া লৰাজন মই চিনি নাপালো |
242) তুমি লগ পোৱা লৰাজনৰ নাম মাধৱ |
243) তেওঁ যিবোৰ লৰা-ছোৱালীৰ লগত খেলে,সিহঁত আজি নাহিল |
244) মই যিজন মানুহৰপৰা এই টকাখিনি ধাৰলৈ আনিছো তেওঁ মোৰ অন্তৰংগ বন্ধু |
245) তেওঁ ভাৰালৈ লোৱা টেস্কিখন কেইমাইলমান যোৱাৰ পিছতে অচল হৈ পৰিল |
246) মই জনাত এইখনেই ইয়াত ভাল হোটেল |
247) মই উঠি থকা জখলাখন হঠাতে পিছলিবলৈ ধৰিলে |
248) তোমাৰ ককায়েৰে যেতিয়া তুমি কি কৰিলা গম পাব তেওঁ খুব খং কৰিব |
249) তাত ছোৱালী বহুত আছিল কিন্তু কেৱল ৰাধাইহে চাহ কৰাত সহায় কৰিলে |
250) তেওঁ কাম কৰা অফিচ এইটোয়েই |
251) দেওবাৰটো সকলোৰে বাবে জিৰনী লোৱা দিন |
252) ৱাৰ্ডছৱাৰ্থ প্ৰধানকৈ কবিহে,কিন্তু তেওঁ ভাল গদ্য়ও লিখিছিল |
253) মিঃবৰুৱাই মোক অংক শিকায়,তেওঁ আজি পুৱা ঘৰলৈ গল |
254) এই কলমটোৰ কাৰনে দহ টকা ভৰিলোঁ কিন্তু ভালকৈ লিখিব নোৱাৰি |
(২২০)
255) তেওঁ ভালকৈ ইংৰাজী কয় |
256) তাই খুব পৰিশ্ৰম কৰিব পাৰে |
257) লৰালৰিকৈ আহিব নোৱাৰেনে |
258) কালি তাই ইয়াত গান গাইছিল |
259) তুমি কলৈ যোৱা |
260) তোমাৰ ভায়েৰাক মোৰ কৰবাত দেখা মনত আছে |
261) তেঁওক কৰবাত দেখিছিলানে ?
262) মই কাজিৰঙালৈ তিনিবাৰ গৈছোঁ |
263) দেউতা কালি আহিল |
265) তেওঁ এতিয়া পঢ়িছে |
266) তেওঁ এতিয়াও কিতাপখন পঢ়ি শেষ কৰা নাই |
267) মোৰ ভাইটো এতিয়াও স্কুলতে আছে |
268) তেওঁ এতিয়াও শুই আছে |
269) তুমি এতিয়াও গা ধোৱা নাই |
270) তেওঁ সদায় সময়তে আহাৰ খায় |
271) তুমি সদায় ফুটবল খেলা,মই কিন্তু কেতিয়াবা খেলোঁ |
272) তালৈ নাযাবলৈ তোমাক প্ৰায় কোৱা হৈছে |
273) তেওঁ মাহে দুবাৰকৈ ঘৰলৈ যায় |
274) তুমি কেতিয়াবা সিংহ দেখিছানে ?
275) মাই মোক সদায় সময়তে শুবলৈ কয়,কিন্তু মই এইটো নকৰো |
276) গাড়ীখনত চাৰীজন মানুহ আছিল |
277) সদায় সঁচা কথা কবা |
278) তেওঁ বৰ বেয়াকৈ খেলিছিল |
279) মানুহগৰাকীয়ে মোক ভালকৈ চিনি পায়,কাৰন তেখেতক মই প্ৰায় লগ পাওঁ |
280) মই সাতুৰিব নোৱাৰাৰ নিচিনাই |
281) ছবিখন যথেষ্ট দীঘল আছিল |
282) তেওঁৰ এটাহে মাএ লৰা আছে |
283) মোৰ ঘড়ীটো তোমাক একেবাৰে দি দিব নোৱাৰো,মাএ কেইদিনমানৰ কাৰনেহে |
284) তেওঁ কেৱল মোকহে টকা ধাৰলৈ দিব |
285) মই তেওঁ কোৱা কথাৰ কেৱল শেষৰছোৱাহে বিশ্বাহ কৰিছিলোঁ |
(11)
286) ভাল লৰাই সময়তে নিজৰ পাঠ পঢ়ে |
= A good boy reads his lesion in time.
287) তেঁও যোৱাকালি ফুৰিবলৈ যোৱা নাচিল |
=He didnot go for a walk yesterday.
288) আমাৰ স্কুলত ছশ ছাএ-ছাএী আছে |
=There are six hundred students in our school.
289) বাইবেল খ্ৰীষ্টানৰ ধৰ্মগ্ৰন্থ |
=The bible is a holy book of the Christians.
290) ঘৰতো কিমান ডাঙৰ |
=How big is the house.
291) তৰ্ক প্ৰতিযোগিতাত সি তৃতীয় হল |
=He come third in the debate.
292) সি যে কি এলেহুৱা লৰা !
=What an ideal boy he is !
293) হৰেন, তোমাৰ কি হৈছে ?
=Haren,What is the matter with you?
294) ভিক্ষাৰীজন ক্লান্ত হৈ অৱশেষত বাটৰ কাষত পৰিছিল |
=Being tired the beggar at last fell asleep by the roadside.
295) তেওঁ ধনী কিন্তু সুখী নহয় |
=He, is rich, but not happy.
296) নিয়মমতে পঢ়ি যোৱা নহলে পৰীক্ষাত ফেল কৰিবা |
=Read regularly or you fail in the examination.
297) এই গিলাচটো তেওঁ নাইবা তেওঁৰ ভনীয়েকে ভাঙিছে |
=Either he or is sister has broken the glass.
298) তুমি হয় থাকা নহলে এতিয়াই যোৱা |
=Either saty or leave at once.
299) সি অকল সাধুৱেই নহয় বুধিয়কো |
=He is not only honest,but also intelligent.
300) বেগাই খোজ দিয়া নহলে ৰেল-গাড়ীখন ধৰিব নোৱাৰিবা |
=Walk fast otherwise you will miss the train.
301) পঢ়া সময়ত পঢ়িবা আৰু খেলাৰ সময়ত খেলিবা |
=Read while you read and play while you play.
302) মই জানো যে তেওঁ বৰ দুখীয়া |
=I know that he is very poor.
303) সি কেনেকৈ পৰীক্ষাত ইমান নম্বৰ পায় মই কব নোৱাৰো |
=I do not know how he gets such high marks in the examination.
304) পৃথীৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে |
=That the earth revolves round the sun is known to all.
305) চাবা, যাতে পৰীক্ষাত ফেইল নকৰা |
306) তেওঁ মৰা বুলি ওলোৱা বাতৰিতো ভুল |
307) মীনা যেনেকুৱা বুধিয়ক লীলাও তেনেকুৱা |
308) মই যোৱা শনিবাৰে হেৰুওৱা ছাতি এইটো |
309) মানুহজন চোৰ নে সাধু ধৰিব নোৱাৰিলোঁ |
310) আমাৰ গাঁৱত এটা পুথিভঁৰাল আাছে |
311) ইয়াত প্ৰায় বাৰশ কিতাপ আছে |
312) কিতাপবোৰৰ সৰহভাগেই গল্পৰ কিতাপ |
313) কিছুমান স্কুল-কলেজৰ কিতাপো আছে |
314) এজন পাঠকক এখনকৈ কিতাপ দিয়া হয় |
315) পুঠিভঁৰালীয়ে পাঠকক কিতাপ বছাত সহায় কৰি দিয়ে |
316) কিতাপ বাছি দিয়াতো এটা দায়িত্বপূৰ্ণ কাম |
317) এটা পুখুৰীত এটা ভেকুলী আছিল |
318) ভেকুলীয়ে সাপক বৰ ভয় কৰে |
319) নিগনীয়ে মেকুৰীৰ ভয়তে কঁপি থাকে |
320) দুয়ো নিৰাপদে বাস কৰাৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে |
321) সিঁহতে ভয়ত আৰু কিমান দিন চলিব |
322) অৱশেষত কিমান দিন চলিব |
323) অৱশেষত দুয়ো একেলগে থাকিবলৈ সিদ্বান্ত কৰিলে |
324) সিঁহতে ভয়তে আৰু কিমান দিন চলিব |
325) মোৰ নাম বিমান |
326) এইটো কিন্ত বৰ সহজ কথা নাছিল |
327) গছত গান তকা চৰাইটো দেখিছিলানে ?
328) সি এটা বৰ মধুৰ গীত গাইছে |
329) ভগা ফলিখন দলিয়াই পেলোৱা |
330) চলন্ত গাড়ীৰ ওচৰলৈ নাযাবা |
331) ফুলি থকা ফুলবোৰ কেনে ধুনীয়া ?
332) বীৰেন আৰু নৰেনে ক্ৰিকেট খেলি ভাল পায় |
333) তেওঁ দুখীয়া কিন্ত বৰ সাধু প্ৰকৃতিৰ |
334) তেওঁ আহিলে মই যাম |
335) লতিকা যেনে ৰুপৱতী তেনে গুনবতী |
336) লৰা জনৰ অসুখ আছে,সেয়ে সি স্কুললৈ আহিব নোৱাৰিলে |
337) আমাৰ দেউতাই চাহো নাখায় ধুমপানো নকৰে |
338) হয় ইংৰাজী পঢ়া,নহলে অংক কৰা |
339) সচাঁ কথা কোৱা নহলে তোমাক শাস্তি দিয়া হব |
340) প্ৰকাশ অকল বুধিয়কে নহয় পৰিশ্ৰমীও |
341) তেওঁ আৰু মই উভয়ে এইকামৰ বাবে দোষী |
342) পঢ়াৰ সময়ত মন দি পঢ়িবা আৰু খেলাৰ সময়ত আনন্দেৰে খেলিবা |
343) তেওঁ জ্ঞানী নহয়,বৰং মুৰ্খহে |
344) বিজুৱে নিজেও নপঢ়ে আনকো পঢ়িব নিদিয়ে |
345) যদি চেষ্টা নকৰা ,পৰীক্ষাত কৃতকাৰ্য হবা কেনেকৈ ?
346) গৈ থাকোতে বাটত তেওঁলোকে এজন বুঢ়া মানুহ লগ পাইছিল |
347) দেউতা নহালৈ আপুনি অপেক্ষা কৰিব |
1. ভাল লৰাই সময়তে নিজৰ পাঠ পঢে্ ।
Good boy studies his lessons in time.
2. তেঁও যোৱাকালি ফুৰিবলৈ যোৱা নাচিল ।
He didn’t go outside yesterday.
3. আমাৰ স্কুলত ছশ ছাএ-ছাএী আাছে ।
There are 600 students in our school.
4. বাইবেল খ্ৰীষ্টনৰ ধৰ্মগ্ৰণ্হ ।
Bible is the holy book of the Christians.
5. ঘৰতো কিমান ডাঙৰ ।
How big is the house?
6. তৰ্ক প্ৰতিযোগিতাত সি তৃতীয় হ’ল ।
He came third at the debate competition.
7. সি কি এলেহুৱা লৰা ।
How lazy he is !
8. হৰেন, তোমাৰ কি হৈছে ?
What happen to you Haren?
9. ভিক্ষাৰীজত ক্লান্ত হৈ অৱশেষত বাটৰ কাষত শুই পৰিছিল ।
Being tired the beggar at last slept nearby the road.
10. তেওঁ ধনী কিন্তু সুখী নহয় ।
He is rich but unhappy.
11. নিয়মমতে পঢি যোৱা নহলে পৰীক্ষাত ফেল কৰিবা ।
Read according to rules otherwise you will fail in examination.
12. এই গিলাচটো তেওঁ নাইবা তেওঁৰ ভনীয়েকে ভাঙিছে ।
This glass is broken either by him or his sister.
13. তুমি হয় থাকা নহলে এতিয়াই যোৱা ।
Either you stay or leave now.
14. সি অকল সাধুৱেই নহয় বুধিয়কো ।
He is not only wise but also clever.
15. বেগাই খোজ দিয়া নহলে ৰেল-গাড়ীখন ধৰিব নোৱাৰিবা ।
Walk fast or else you won’t be able to catch the train.
16. পঢ়া সময়ত পঢ়িবা আৰু খেলাৰ সময়ত খেলিবা ।
Read when it is time to read and play when it is time to play.
17. মই জানো যে তেওঁ বৰ দুখীয়া ।
I know that he is very poor.
18. সি কেনেকৈ পৰীক্ষাত ইমান নম্বৰ পায় মই কব নোৱাৰো ।
How he scores more marks I don’t know.
19. পৃথীৱী যে সূৰ্য়ৰ চাৰিওফালে ঘূৰে তাক সকলোৱে জানে ।
That the earth moves round the Sun is known to all.
20. চাবা, যাতে পৰীক্ষাত ফেইল নকৰা ।
Let’s see that you don’t fail in the examination.
21. তেওঁ মৰা বুলি ওলোৱা বাতৰিতো ভুল ।
The news about his death is fake.
22. মীনা যেনেকুৱা বুধিয়ক লীলাও তেনেকুৱা ।
Lila is as clever as Mina.
23. মই যোৱা শনিবাৰে হেৰুওৱা ছাতি এইটো ।
This is the umbrella which I lost last Saturday.
24. মানুহজম চোৰ নে সাধু ধৰিব নোৱাৰিলোঁ ।
I couldn’t figure out whether the man was wicked or honest.
25. আামাৰ গাঁৱত এটা পুথিভঁৰাল আাছে ।
There is a library in our village.
26. ইয়াত প্ৰায় বাৰশ কিতাপ আছে ।
There are almost twelve hundred books in it.
27. কিতাপবোৰৰ সৰহভাগেই গল্পৰ কিতাপ ।
Most the books are story books.
28. কিছুমান স্কুল-কলেজৰ কিতাপো আছে ।
Some of them are school and college books.
29. এজন পাঠকক এখনকৈ কিতাপ দিয়া হয় ।
One reader is given one book.
30. পুঠিভঁৰালীয়ে পাঠকক কিতাপ বছাত সহায় কৰি দিয়ে ।
The librarian helps the readers in choosing books.