Know Questions and Answers – Expansion of British Power in India
অষ্টম শ্ৰেণী Expansion of British Power in India সমাজ বিজ্ঞান পাঠ – ১৩ ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ ১/ উত্তৰ দিয়া ক) বৃটিছ আৰু ফৰাছীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ? উ: বৃটিছ আৰু ফৰাছী সকলৰ মাজত আধিপত্য বিস্তাৰৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল । খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচী সকলৰ গৱৰ্ণৰ … Read more