Easy skin care tips for girls in Assamese

girl caring her skin

আপোনাৰ ছালখন ধুনীয়া কৰি ৰখাৰ সহজ উপায় skin care tips মই নাভাবো যে আপোনাৰ ছালৰ ৰং কলা হ’লে আপোনাক বেয়া দেখিব, কাৰণ মাগুৰ বৰণীয়া ছোৱালী হে দেখিবলৈ আটাইতকৈ ধুনীয়া । তথাপিও কেতিয়াবা আত্মীয় স্বজন, বন্ধু-বান্ধবী সকলে ছালৰ ৰং ক লৈ দিয়া negative comments বোৰ যেনে – “এ ত‌ই বহুত কলা হৈ গৈছ”, “এই কাপোৰ সাজ … Read more