Transformation of Ordinary Sentences into Logical Proposition
সাধাৰণ বাক্যক বচন লৈ পৰিবৰ্তন Logical Proposition অনুশীলনী Logical Proposition (১) তলত কিছুমান বাক্যক বচনলৈ পৰিৱৰ্তন কৰি দেখুওৱা হ’ল । a)সকলো ৰাজহাঁহ বগা নহয় । O – কিছুমান ৰাজহাঁহ বগা নহয় । b) প্ৰত্যেক জন্তুৱেই মাংসভোজী নহয় । O- কিছুমান জন্তু নহয় মাংসভোজী । c) কোনো লিখকেই অজ্ঞানী নহয় । E- কোনো লিখক নহয় অজ্ঞানী … Read more