Best project on Tourism and Hospitality Management for Class 9
5 Destinations of Tourism 1. কামাখ্যা Tourism and Hospitality কালিকা পুৰাণৰ মতে, কামাখ্যা মন্দিৰে সেই ঠাই বুজায় য’ত সতীয়ে শিৱৰ সৈতে অৱসৰ বিনোদনৰ বাবে গোপনে লগ হৈছিল, আৰু এনেধৰনে কথিত আছে যে সতীৰ মৃত্যুৰ পিছত শিৱই সতীৰ মৃতদেহ টো লৈ তাণ্ডৱ নৃত্য কৰি থাকোতে ব্ৰক্ষ্মাই যেতিয়া সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহ টো টুকুৰা– টুকুৰ কৰিছিল, তেতিয়া তেওঁৰ দেহৰ বিভিন্ন অংগ বেলেগ- বেলেগ ঠাইত পৰিছিল । আৰু কথিত আছে যে তেওঁৰ মৃতদেহৰ যোনি অংশ কামাখ্যা ত পৰিছিল, য’ত পিছলৈ কামাখ্যা মন্দিৰ গঢ়ি উঠিল। Tourism and Hospitality কামাখ্যাত পৰ্যটকৰ আকৰ্ষণ স্হলী মন্দিৰটোৰ ভিতৰত এটা অন্ধকাৰ ৰহস্যময় কোঠা আছে। কোঠা টোৰ এঠাইত ৰেচমৰ শাৰী এখন মেৰিয়াই ফুলেৰে ঢাকি থোৱা আছে আৰু এই ঠাই খিনিতে যোনি … Read more