An Assamese Poem – Baowna aru Chandra

little girl

বাওনা আৰু চন্দ্র    কথা এষাৰি ঘপককৈ মনত পৰি গ’ল, বাওনা হৈ চন্দ্রলৈ হাত নেমেলিবা। জীৱনত বহুবাৰ আওৰাইছো এইশাৰী বাক্য, কিন্তু মোৰ বাবে এইয়া অৰ্থহীন বাক্য। বাওনা হলো বুলিয়ে মোৰ মনটো টো বাওনা নহয়। বাওনা হলো বুলিয়ে মই জানো কল্পনা নকৰাকৈ থাকিব পাৰো..? বাওনা হলো বুলিয়ে মোৰ জানো মন নাযায় চন্দ্রটো চুই চবলৈ..? পিঠিত ডেউকা … Read more