Transformation of Ordinary Sentences into Logical Proposition

girl eating her snack by herself

 সাধাৰণ বাক্যক বচন লৈ পৰিবৰ্তন Logical Proposition অনুশীলনী Logical Proposition (১) তলত কিছুমান বাক্যক বচনলৈ পৰিৱৰ্তন কৰি দেখুওৱা হ’ল ।  a)সকলো ৰাজহাঁহ বগা নহয় ।  O – কিছুমান ৰাজহাঁহ বগা নহয় । b) প্ৰত্যেক জন্তুৱেই মাংসভোজী নহয় ।   O- কিছুমান জন্তু নহয় মাংসভোজী । c) কোনো লিখকেই অজ্ঞানী নহয় ।  E- কোনো লিখক নহয় অজ্ঞানী … Read more