Why should we offer Namaz ? (in Assamese)

father and daughter in namaz

নামাজ কিয় পঢ়িব লাগে ? আচ্ছালামুৱালাইকুম । hmm, do you know নামাজ পঢ়িলে আমাৰ কি কি benefit হয়, আৰু আমি নামাজ কিয় পঢ়িব লাগে..? মোৰ বয়সৰ খুব কম লৰা-ছোৱালীয়েহে regular নামাজ পঢ়ে। বেছিভাগৰে মোৰ নিছিনা অৱস্থা । I mean , not regular. অৱশ্যে স্থান,কাল,পাত্ৰ ভেদে নিজকে adjust কৰিব যাওঁতে কিছুমান কামৰ পৰা আতৰি আহিব লগা … Read more

Know the importance of Zikr/Dh

importance-of-zikr

Why should we chant the name of Allah? or the importance of Zikr/Dhikr জিকিৰ কিয় কৰিব লাগে..? importance of zikr Importance of Zikr আচ্ছালামুআলাইকুম। আপুনি কেতিয়াবা জিকিৰ কৰি পাইছেনে..? বা আপুনি জানেনে জিকিৰ কিয় কৰিব লাগে..? হয়তোবা জানে but কৰি পোৱা নাই আৰু কিজানিবা নাজানেই সেইকাৰনে কৰি পোৱা নাই। বাৰু no need to worry about … Read more

Tahajjud Namaz in Assamese

girl in namaz

তাহাজ্জুদ নামাজ আচ্ছালামুআলাইকুম।আজি আকৌ আপোনাক নতুন কথা এটা জনাম বুলি ভাবিলো, আৰু কথাটো হল তাহাজ্জুদ নামাজৰ বিষয়ে, নামটো নিশ্চয় আপুনিও শুনিছে? আৰু আপুনি যদি তাহাজ্জুদ নামাজ পঢ়িছে মোক কমেন্ট কৰি নিশ্চয় জনাব। মই আজিলৈকে পঢ়া নাই কিন্তু পঢ়িব বহুত মন আছে, সেয়ে ভাবিলো নামাজ পঢ়াৰ আগত কেনেকৈ তাহাজ্জুদ নামাজ পঢ়িব লাগে আৰু এই নামাজৰ ফজীলত … Read more

The best way how Jumma Namaz is offered in Assamese

jumma namaz

 জুমাৰ নামাজ (Jumma Namaz) নামাজ পঢ়ো আহক। আচ্ছালামুআলাইকুম। জুমাৰ নামাজ কিয় পঢ়া হয় আপুনি জানেনে? জুমাৰ নামাজ হৈছে ফৰজে আয়ন। জুমাৰ দিনা অৰ্থাৎ শুক্ৰবাৰৰ দিনা জোহৰৰ নামাজ পঢ়িব নালাগে, ইয়াৰ পৰিবৰ্তে আল্লাহুতাআলাই জুমাৰ নামাজ নিৰ্ধাৰন কৰি দিছে। আল্লাহুতাআলাই কৈছে যে – হে মুমিন সকল, যেতিয়া জুমাৰ দিনা নামাজলৈ আহ্বান কৰা হয় তেতিয়া তোমালোকে সংসাৰৰ সকলো … Read more

How to offer Namaz in Assamese

father and daughter in namaz

নামাজৰ বিষয়ে জানো আহক (Namaz in Assamese)   নামাজ হৈছে দ্বীনৰ স্তম্ভ । আল্লাহ আৰু তেওঁৰ প্রিয় ৰচুলে ইচলাম ধৰ্মত আল্লাহৰ এবাদত কৰিবলৈ উপদেশ দিয়া পদ্ধতি টোৱে হৈছে নামাজ। নামাজেই হৈছে সকলোতকৈ শ্রেষ্ঠ এবাদত। আল্লাহুতাআলাই কোৰাণত “আক্কিমুচ্ছালাত আক্কিমুচ্ছালাত” অৰ্থাৎ “নামাজ পঢ়া, নামাজ পঢ়া বুলি বহুবাৰ উল্লেখ কৰিছে। দিনটোত পা্ঁচ বাৰ অজ্জু কৰা আৰু নামাজ পঢ়া … Read more