The best way how Jumma Namaz is offered in Assamese

jumma namaz

 জুমাৰ নামাজ (Jumma Namaz) নামাজ পঢ়ো আহক। আচ্ছালামুআলাইকুম। জুমাৰ নামাজ কিয় পঢ়া হয় আপুনি জানেনে? জুমাৰ নামাজ হৈছে ফৰজে আয়ন। জুমাৰ দিনা অৰ্থাৎ শুক্ৰবাৰৰ দিনা জোহৰৰ নামাজ পঢ়িব নালাগে, ইয়াৰ পৰিবৰ্তে আল্লাহুতাআলাই জুমাৰ নামাজ নিৰ্ধাৰন কৰি দিছে। আল্লাহুতাআলাই কৈছে যে – হে মুমিন সকল, যেতিয়া জুমাৰ দিনা নামাজলৈ আহ্বান কৰা হয় তেতিয়া তোমালোকে সংসাৰৰ সকলো … Read more