How to overcome neighbour’s jealously | Assamese version

cat

ওচৰ চুবুৰীয়াৰ হিংসাৰ পৰা কেনেকৈ হাত সাৰিব ? “Jealous” ,  হিংসা এটা common word. মই, আপুনি, আমি সকলোৱে এই শব্দ টোৰ সৈতে মুখামুখি হৈ থাকো । হিংসা, লোভ, মোহ, খং ইত্যাদি বোৰ  আমাৰ তেজতে আছে। হয়তো কাৰোবাৰ কম , কাৰোবাৰ বেছি । (neighbour’s jealousy) মইয়ো কেতিয়াবা jealous হ‌ঁও, যেতিয়া কোনোবাই মোতকৈ ভাল results কৰে, একে … Read more