Know the Deled Internship Proforma in Assamese

assignment writing

D.el.ed internship সম্পৰ্কীয় তথ্য ।কেনেদৰে internship report টো আকৰ্ষণীয় কৈ লিখিব । D.el.ed internship ৰিপ’ৰ্ট লিখাৰ TIPS. যিসকল শিক্ষাৰ্থীয়ে Diploma in Elementary Education বা ডি.এল.এড কৰি আছা , তোমালোকে নিশ্চয় দুবছৰীয়া যাত্ৰা টোত School internship কৰিব লগীয়া হৈছে আৰু Internship report এটা submit কৰিব লগীয়া হৈছে । Deled Internship Proforma এতিয়া আহো মুল কথালৈ । … Read more