Know Questions and Answers of Bixoi hisape bhugol vigyan

Globe

বিষয় হিচাপে ভূগোল বিজ্ঞান bhugol vigyan ১.ভূগোল বিজ্ঞান বুলিলে কি বুজা ? ভূগোল বিজ্ঞান বুলিলে সাধাৰনতে পৃথিৱীৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰাকে বুজায় । ভূগোল বিজ্ঞানে ঠাই ভেদে আৰু সময় ভেদে পৃথিৱীৰ ঘটনা প্ৰবাহৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰে । সাগৰ- মহাসাগৰ, মাটি , বায়ুমণ্ডল, দেশ-মহাদেশ , জীৱমণ্ডল, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ, সাংস্কৃতিক ভিন্নতা এই আটাইবোৰ অধ্যয়ন কৰে। … Read more