Know the Questions and Answers of Proposition
বচন Proposition অনুশীলনী Proposition 1. উত্তৰ দিয়াঃ i) এটা বচনত কেইটা পদ থাকে? উত্তৰঃ দুটা। ii) তৰ্কবিজ্ঞানসন্মত বচনত সংযোজকটো পদ হয়নে? উত্তৰঃ নহয়। iii) পৰিমাণ অনুসৰি বচনক কোনটো ভাগত বিভাজন কৰা হৈছে? উত্তৰঃ সাৰ্বিক আৰু বিশেষ। iv) বচনৰ উদ্দেশ্যটো এটা পদ নে? উত্তৰঃ পদ। v) বচনৰ বিধেয়টো এটা পদ নে? উত্তৰঃ হয় । vi) বচনৰ … Read more