Khotome Khajigaan – a very Powerful Dua

dua

খতমে খাজিগান (Khotome Khajigaan) https://www.hadithbd.com/books/link/?id=11087     আচ্ছালামুআলাইকুম, সকলোৰে ভালনে বাৰু? আজি মই আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় দোৱা এটি লৈ আহিছো। যিটো দোৱাই আপোনাৰ দিল খুচ্ কৰি দিব।অকনমান ধৈৰ্য ধৰক চোন, বিতং ভাবে জনাই আছো। প্ৰথমে মই কবলৈ বিচাৰিছো যে এই পৃথিৱী খন মায়া-মোহেৰে আবৃত আৰু আপুনি মই সকলোৱে মায়াৰ জালত বন্দী। আমি জানো যে … Read more