The authentic rituals for deceased person in Islam in Assamese

muslim grave

মুছলমান মানুহৰ মৃত্যুৰ পিছত আপুনি পালন কৰিব লগীয়া নীতি-নিয়ম । (rituals for deceased person)     আচ্ছালামুআলাইকুম।আজি মই আপোনাক জনাম আমাৰ অন্তিম বিদায়ৰ কিছু নীতি-নিয়ম। মৃত্যু চিৰন্তন সত্য, আমি সকলোৱে এদিন খালী হাতে আল্লাৰ ওচৰলৈ যাব লাগিব, গতিকে দুনিয়াত থকা দিনকেইটা আল্লাৰ কাম কৰক, সৎ পথত থাকক, অন্তৰ পবিত্ৰ ৰাখক। এতিয়া আহকচোন জানো মৃত্যুৰ পিছত … Read more