Know Q and Ans of Migration: Types, Causes & Consequences
পাঠ ২ – জনপ্ৰব্ৰজন । প্ৰকাৰ, কাৰণ আৰু পৰিণতি Migration HS Second Year | Geography Questions and Answers ১/ শুদ্ধ উত্তৰ টো বাছি উলিওৱা Migration ক) ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কোনটো? খ) আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য কোনখন? গ) তলত উল্লেখ কৰা কোনটো প্ৰব্ৰজনৰ সোঁত পুৰুষ প্ৰধান? ঘ) তলৰ কোনটো নগৰপুঞ্জত অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা আছে? … Read more