One of the Best dua – Ayat Al Kursi in Assamese

Holy Quran

আয়াতুল কুৰ্চী (Ayatul Qursi in Assamese) আচ্ছালমুআলাইকুম।আজি আকৌ আপোনাৰ কাষলৈ লৈ আহিছো অন্য এক interesting বিষয়। আপুনি বাৰু জানেনে কোৰান শ্বৰিফ সম্বন্ধীয় ৰসাল আৰু বাস্তৱ জীৱনৰ লগত জড়িত কথা বোৰ? হয়তো কোৰনত আৰাবীত লিখা থকা বাবে আৰু আমি তাৰ অসমীয়া অৰ্থ টো বুজি নাপাও কাৰনে সকলোবোৰ কথা উপলব্ধি কৰিব নোৱাৰো। কিন্তু আপুনি যদি ভালকৈ বিশ্লেষন … Read more