Being alone – An Assamese poem

girl being alone

নীৰৱতা মোৰ প্ৰিয় Being alone This is an Assamese poem – Theme – I love to be alone. Being alone or in solitude is not a bad idea sometimes. People in solitude can become more creative and productive. A solitary life has its own advantages and disadvantages. কʼবলৈ যেতিয়া বহুকথা থাকে শব্দবোৰে বাট হেৰুৱাই । … Read more

One of the best Kalpana – Assamese poem

girl swinging

                              কল্পনা (Kalpana) কৃত্রিমতাৰে আৱৰা পৃথিৱী খনত (Kalpana) জোনাকৰ পোহৰ, নদীখনৰ হাঁহি আৰু বহুত কিবা-কিবি হেৰাই গ’ল। কেতিয়াবা প্রকৃতিৰ বুকুত হেৰাই যাব মন গ’লে মাত্ৰ দুচকু মুদি গভীৰ উশাহ এটি লৈ অনুভৱ কৰো……. তাতেই বিচাৰি পাঁও নোপোৱা খিনিৰ মাদকতা। https://www.assamese-poem.com/2022/01/new-assamese-poem-2022.html

Heruwa Smritir Pom Xedi – An Assamese Poem by Minuara Begum

হেৰুৱা স্মৃতিৰ পম খেদি motherhood   মোৰ অবুজ চকুহালৰ চলচলীয়া পানী আধাতে জেউতি হেঁৰাল পূৰ্ণিমাৰ জোনটি নিমিষতে হেৰাই গ’ল জোনাক ৰাতিৰ চোতাল মলিন হʼল। মাজৰাতি মোৰ দুধাৰী চকুলো আহে বৈ অবুজ হিয়াত খুন্দিয়াই শোকে । অন্তৰৰ বেদনা কেনেদৰে দেখুৱাম কোনেনো বুজিব বাৰু ..? অতীতৰ স্মৃতিক হেলাৰঙে আঁতৰাই ন-জীৱনৰ কথা ভাবো মোৰ পোনাটিক বুকুৰ মাজত লৈ … Read more

An Assamese Poem – Baowna aru Chandra

little girl

বাওনা আৰু চন্দ্র    কথা এষাৰি ঘপককৈ মনত পৰি গ’ল, বাওনা হৈ চন্দ্রলৈ হাত নেমেলিবা। জীৱনত বহুবাৰ আওৰাইছো এইশাৰী বাক্য, কিন্তু মোৰ বাবে এইয়া অৰ্থহীন বাক্য। বাওনা হলো বুলিয়ে মোৰ মনটো টো বাওনা নহয়। বাওনা হলো বুলিয়ে মই জানো কল্পনা নকৰাকৈ থাকিব পাৰো..? বাওনা হলো বুলিয়ে মোৰ জানো মন নাযায় চন্দ্রটো চুই চবলৈ..? পিঠিত ডেউকা … Read more

One of the vest Assamese Poem -Bixakto Xomoi

বিষাক্ত সময়   সময় বোৰ এতিয়া বিষাক্ত,   বিষৰ দাবানলত দগ্ধ মানৱ জাতি।  ক’ৰনাৰ বিভীষিকা,  জনতাৰ পেটত গাথি,  এচামৰ পকেট ভৰ্তি।  প্রতি ঘৰে-ঘৰে জীৱন সংগ্রামৰ কাহিনী।  দুচকুত সোনালী সপোন  দুটি ওঁঠত ফুলিব হাঁহিৰ ফুল। Assamese poem       এইবাৰ পৃথিৱী আৰু মানুহৰ মাজত বন্ধুত্ব হ’ব,   মানুহে বুজিব পৃথিৱীৰ দূখ  পৃথিৱীয়ে দিব মানুহক সূখ। অনুভৱ … Read more