The World Population (Distribution, Density and Growth)

population

পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ ঘনত্ব আৰু বৃদ্ধি (The World Population) নিম্নলিখিত চাৰিটি বিকল।পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা ক. নিম্নলিখিত মহাদেশ কেইখনত কোনখনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটৈ ১.আফ্ৰিকা👈 ২.দক্ষিণ আমেৰিকা ৩.এছিয়া ৪.উত্তৰ আমেৰিকা খ. তলত উল্লেখ কৰা কোনটো বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয় ১.আটাকামা ২.দক্ষিণপূব এছিয়া👈 ৩.বিষুৱীয় অঞ্চল ৪.মেৰু অঞ্চল গ. নিম্নলিখিত কোনটো … Read more

How to improve your exam performance?

girl studying

পৰীক্ষাত এটাত  ভাল ফলাফল কেনেকৈ দেখুৱাব পাৰি ? পৰীক্ষা বুলিলে সকলোৰে এটা excitement থাকে নহয়নে? পৰীক্ষাত ভাল এটা ফলাফল (good exam performance) দেখুৱালৈ সকলোৰে এটা হেঁপাহ থাকে । বিশেষকৈ HSLC আৰু  HS ৰ ফলাফলক লৈ ওচৰ চুবুৰীয়াৰ পৰা আৰম্ভ কৰি অঙহী ব‌ঙহী , পিতৃ মাতৃ , শিক্ষক শিক্ষয়িত্ৰী সকলোৰে মনত এক উগুল থুগুল ভাৱ নহয়নে … Read more

Question and Answers of Nature and Scope, Manob Bhugol

human geography

প্ৰকৃতি আৰু পৰিসৰ মানৱ ভূগোল – (গোট -১) প্ৰথম অধ্যায় Class 12 | Human Geography | First Chapter | Assamese Medium | Manob Bhugol 1. পাৰিপাৰ্শ্বিক নিৰ্নয় বাদ মতবাদ টো বৰ্ণনা কৰা । (Manob Bhugol) পাৰিপাৰ্শ্বিক নিৰ্নয় বাদ মতবাদ টোৰ ধাৰণা ফ্ৰেডৰিক ৰাটজেল নামৰ ব্যক্তি গৰাকীয়ে আগবঢ়াইছিল ।(Manob Bhugol) এই মতবাদ মতে, প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা … Read more

Why Life is more important than marks

exam stress

নম্বৰ vs জীৱন নম্বৰ , percentage, internal marks, external marks এইবোৰেই যেন আমাৰ জীৱন । 80%, 90% earn কৰিব নোৱাৰিলোঁ , what a stressful life ! মা-দেউতাৰ গালি, অমুকৰ লৰাটোৱে ইমান percent পালে আৰু ত‌ই আমাৰ আশাত চেঁচা পানী ঢালিলি । এহ্ তোমাৰ ইমান percent কম  , আজিকালি ইমান competition তুমি কতোৱেই seat নাপাবা । … Read more

Best Understand Cryptocurrency in Assamese

cryptocurrency idea

যুগৰ পৰিবৰ্তনৰ লগে লগে মুদ্ৰাৰ ৰূপৰো পৰিবৰ্তন হৈছে । আজি একৈশ শতিকাৰ মুদ্ৰাৰ ৰূপ টো এক virtual form লৈ পৰিবৰ্তন ঘটিছে । এই virtual form টো কি হ’ব পাৰে অনুমান কৰিব পাৰিচানে… ?  এই ৰূপ টোক বৰ্তমান cryptocurrency নামেৰে জনা যায়। বৰ্তমান এক digital revolution অৰ সূচনা হৈছে । Interesting কথাটো কি জানা..? এই digital … Read more

5 important free online tools for college students

laptop with student

শিক্ষাৰ্থী সকলৰ বাবে পাঁচ প্ৰকাৰৰ প্ৰয়োজনীয় Free Online Tools বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে শিক্ষাৰ্থী সকলে কিতাপৰ ওপৰিও বিভিন্ন ক্ষেত্ৰত Online tools বোৰৰ সহায় ল’ব লগা হয় । Project, assignment, practical, notes preparation ইত্যাদি বিভিন্ন ক্ষেত্ৰত online tools বোৰেই আমাৰ আটাইতকৈ প্ৰয়োজনীয় বন্ধু হৈ পৰে। মই নিজেও এগৰাকী শিক্ষাৰ্থী । মোৰ জীৱনতো মই বিভিন্ন ক্ষেত্ৰত … Read more

AHSEC board Textual Questions and Answers for Drainage System

river

Questions and Answers | Class 11 | Indian Physical Environment | Chapter 3 | NCERT Drainage System অৱবাহ তন্ত্ৰ (Drainage System) ১/ তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা । ১. নিম্নোক্ত কোনখন নদীক ‘বংগৰ দুখ’ বুলি জনা যায় ? ক. গণ্ডক                          খ. সোণ                            গ. কুশি ঘ.দামোদৰ ২. তলৰ কোনখন নদীৰ … Read more

Know Questions and Answers of India – Location

India map

Class 11 | Geography | Indian Physical Environment | Chapter 1 | AHSEC ভাৰতবৰ্ষ : অৱস্থিতি India location ১. ভাৰতবৰ্ষক একাধিক মান সময়ৰ প্ৰয়োজন আছেনে ? যদি প্ৰয়োজন ইয়াৰ কাৰণ কি ? India location সাধাৰনতে যি বোৰ দেশৰ পূবা- পশ্চিমা বিস্তৃতি অধিক, তেনে দেশত একাধিক মান দ্ৰাঘিমা নিৰ্নয় কৰা হয় যাতে একেখন দেশতে দুখন ঠাইৰ … Read more

Know Questions and Answers of Landforms and their Evolution

landforms

Class 11 | Geography | Chapter 7 | AHSEC ভূ- আকৃতি আৰু ইয়াৰ বিকাশ Landforms and their Evolution ১. বহু পচন্দৰ প্ৰশ্নবোৰ । Landforms and their Evolution ক. ভূ-গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক ? Landforms and their Evolution ক. তৰুণ অৱস্হা                                         খ. প্ৰৌঢ় অৱস্থাৰ  আগভাগত গ. প্ৰৌঢ় অৱস্থাৰ শেষ ভাগত         ঘ. বৃদ্ধ অৱস্থাত … Read more

Know Questions and Answers of Minerals and Rocks

various rocks & minerals

Class 11 | Geography | Chapter 5 | AHSEC মনিক আৰু শিলা minerals and rocks  শুদ্ধ উত্তৰ বাছি উলিওৱা ১. গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ? minerals and rocks ক. লৌহ আৰু নিকেল                               খ. চিলিকা আৰু এলুমিনিয়াম গ. লৌহ আৰু ৰূপ                                    ঘ. লৌহ আৰু অয়স্ক আৰু পʼটাছিয়াম                                                                ২. তলত উল্লেখ কৰা কোনটো ৰূপান্তৰিত … Read more