How to Control Emotion ? (in Assamese)

crying girl

আবেগক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? আবেগৰ বৰ বিশেষ definition দিবলৈ মই নাযাঁও। আমি সকলোৱে আবেগ কি সেইয়া জানো।  খং, আবেগ,মৰম অভিমান, এনেধৰনৰ কিছুমান বস্তু আমাৰ জন্মগত। (control emotion) জীৱনত আমি প্ৰত্যেকেই আবেগিক মুহুৰ্ত কিছুমানৰ মুখামুখি হৈছো। কিছুমান আবেগিক মুহুৰ্ত‌ই আমাৰ জীৱনৰ গতিয়েই সলনি কৰিছে, আৰু  কিছুমান আবেগিক মুহুৰ্ত‌ই জীৱন টোক এক নতুন গতি প্ৰদান কৰিছে।                 কিছুমান মানুহ জন্মগত ভাবে, অথবা বংশানুক্ৰমিক ভাবে বহুত বেছি আবেগিক। ম‌ইয়ো যথেষ্ট আবেগিক মানুহ।  আবেগিক … Read more

Heruwa Smritir Pom Xedi – An Assamese Poem by Minuara Begum

হেৰুৱা স্মৃতিৰ পম খেদি motherhood   মোৰ অবুজ চকুহালৰ চলচলীয়া পানী আধাতে জেউতি হেঁৰাল পূৰ্ণিমাৰ জোনটি নিমিষতে হেৰাই গ’ল জোনাক ৰাতিৰ চোতাল মলিন হʼল। মাজৰাতি মোৰ দুধাৰী চকুলো আহে বৈ অবুজ হিয়াত খুন্দিয়াই শোকে । অন্তৰৰ বেদনা কেনেদৰে দেখুৱাম কোনেনো বুজিব বাৰু ..? অতীতৰ স্মৃতিক হেলাৰঙে আঁতৰাই ন-জীৱনৰ কথা ভাবো মোৰ পোনাটিক বুকুৰ মাজত লৈ … Read more

Social Media Hazards and Smartphone Addiction in Assamese

social media

আমি এতিয়াও সংকীৰ্ণ গণ্ডীৰ আবাসী (smartphone addiction) আজিৰ পৰা মোৰ পৰীক্ষা শেষ হ’ল । ভাবিলো Facebook টো কে খুচৰি চাঁও । এনেও টো ১০ মিনিট মʼবাইল টিপি পঢ়া আৰম্ভ কৰোঁ বুলি ভাবি কেতিয়া যে ঘন্টাৰ পিছত ঘন্টা গুচি যায় গমেই নাপাওঁ। আমাৰ প্ৰজন্মটোৰ বেছিভাগেই মʼবাইল addicted। মই য়ো তাৰ বিপৰীত নহয়। হʼলেও আজি অকন free … Read more

Bikrito Mon – An Assamese Story

sad girl

বিকৃত মন (Assamese story) Bikrito Mon – An Assamese Story হমমম, কিবা এটা গোন্ধ ওলাইছে হেনো বাহিৰত, খুৰী হতে কোৱা-কুই কৰিছে। নাকটো খিৰিকিৰে উলিয়াই লাহেকৈ ম‌ইয়ো চেষ্টা অকন কৰিছো , কিহৰ নো গোন্ধ  ওলাইছে ম‌ইও অকন ল‌ঁও। এনেতে বৰুৱানী খুৰীয়ে নিজৰা বা‌ইদেউ ক কৈ থকা শুনিলো (Assamese story) বৰুৱানী খুৰী  “হেৰা নিজৰা এ  বোলো তুমি … Read more

Some powerful duas in Assamese

dua

অতি প্রয়োজনীয় দোৱা (duas in Assamese) Hello, আচ্ছালামুআলাইকুম । কোৰান আৰু হাদিচত এনেকুৱা বহুত দোৱা আছে যিবোৰ আমাৰ দৈনন্দিন জীৱনত অতি প্রয়োজনীয়। And Today I am  sharing  some important Duas with you. আৰু মই আশা কৰো আপুনি দোৱা কেইটা জানি নিশ্চয়  ভাল পাব। গতিকে সময় নষ্ট নকৰি আহকচোন পঢ়ি চাঁও। (duas in Assamese)     … Read more

An Assamese Story Bhogno Xopun

sad girl

ভগ্ন সপোন  An Assamese Story Bhogno Xopun ভগ্ন সপোন     জীৱনৰ কোন কেকুৰিত , কত কেনেকৈ কি আউল লাগি যায় কোনে জানে..? তথাপিও জীৱন টো যে বহুতেই বেছি ধুনীয়া। হাৰি-হাৰিও জীৱন ৰ আউল লগা হিচাপে বোৰ মিলাই আজি মেঘাই নিজকে প্ৰতিষ্ঠিত কৰিছে , সমাজৰ চকুত নহয়, তাইৰ নিজৰ চকুত নিজকে…। মেঘা মানে মোৰ best … Read more

Laylatul Qadr in Assamese

mosque

Laylatul Qadr in Assamese লাইলাতুল ক্বদৰ। আচ্ছালামুআলাইকুম। আশাকৰোঁ আল্লাহুতাআলাই সকলোকে কুশলে ৰাখিছে। এইয়া ৰমজান মাহ, চাওঁতে– চাওঁতে পবিত্ৰ ৰমজান মাহে বিদায় লবৰে হ’ল।  আপুনি বাৰু জানেনে, ৰমজান মাহৰ শেষৰ ১০টা দিন আটাইতকৈ শ্ৰেষ্ঠ । এই শেষৰ ১০ টা দিনৰ কোনোবা এটা দিনত আমাৰ পবিত্ৰ গ্ৰন্থ কোৰান মজিদ নাজিল হৈছিল হীৰা পৰ্বতৰ গুহাত, আৰু এই ৰাতি … Read more

The best way to know Ramzan month and Roza in Assamese

ifter in ramadan

Ramzan month and Roza in Assamese মাহে ৰমজান আচ্ছালামুআলাইকুম। ভালনে বাৰু সকলোৰে..? চাঁওতে চাঁওতে সময় বোৰ যে কেনেকৈ পাৰ হৈ গ’ল ।  এইবাৰ আকৌ ৰমজান মাহে আহি পালে, I  আটাইলৈ ৰমজান মাহৰ শুভেচ্ছা থাকিল। And I hope this holy month will bring brightest days for us. ৰমজান মাহ বুলিলে মনটো কিবা এটা বহুত ভাল লাগি … Read more

An Assamese Poem – Baowna aru Chandra

little girl

বাওনা আৰু চন্দ্র    কথা এষাৰি ঘপককৈ মনত পৰি গ’ল, বাওনা হৈ চন্দ্রলৈ হাত নেমেলিবা। জীৱনত বহুবাৰ আওৰাইছো এইশাৰী বাক্য, কিন্তু মোৰ বাবে এইয়া অৰ্থহীন বাক্য। বাওনা হলো বুলিয়ে মোৰ মনটো টো বাওনা নহয়। বাওনা হলো বুলিয়ে মই জানো কল্পনা নকৰাকৈ থাকিব পাৰো..? বাওনা হলো বুলিয়ে মোৰ জানো মন নাযায় চন্দ্রটো চুই চবলৈ..? পিঠিত ডেউকা … Read more

One of the vest Assamese Poem -Bixakto Xomoi

বিষাক্ত সময়   সময় বোৰ এতিয়া বিষাক্ত,   বিষৰ দাবানলত দগ্ধ মানৱ জাতি।  ক’ৰনাৰ বিভীষিকা,  জনতাৰ পেটত গাথি,  এচামৰ পকেট ভৰ্তি।  প্রতি ঘৰে-ঘৰে জীৱন সংগ্রামৰ কাহিনী।  দুচকুত সোনালী সপোন  দুটি ওঁঠত ফুলিব হাঁহিৰ ফুল। Assamese poem       এইবাৰ পৃথিৱী আৰু মানুহৰ মাজত বন্ধুত্ব হ’ব,   মানুহে বুজিব পৃথিৱীৰ দূখ  পৃথিৱীয়ে দিব মানুহক সূখ। অনুভৱ … Read more