Interior of the Earth | Assamese Medium | Chapter 3

Earth's interior

পৃথিৱীৰ অন্তৰভাগ Interior of the earth Class 11 | Geography | Questions and Answers | AHSEC ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া Interior of the earth ১. বডি ঢৌ বোৰ কি ? Interior of the earth ভূমিকম্পৰ  কেন্দ্ৰত উৎপত্তি হোৱা ঢৌ বোৰক বডি ঢৌ বা  প্ৰাথমিক ঢৌ বোলা হয় । এনে ঢৌ … Read more

The Origin and Evolution of the Earth | Assamese Medium

Big Bang

পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ Class 11 | Geography | Chapter 2 | Questions and Answers | AHSEC ১. নীহাৰিকা মতবাদ টো কোনে আগবঢ়াইছিল ?   জাৰ্মান দাৰ্শনিক ইমানুৱেল ক্যন্টে। ২. নীহাৰিকা মতবাদ টো কোনে সংশোধন কৰিছিল ? নীহাৰিকা মতবাদ টো লেপলেচে  1796 চনত সংশোধন ঘটাইছিল । ৩. বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ টো কোনে আগবঢ়াইছিল ? … Read more

Best project on Tourism and Hospitality Management for Class 9

Kamakhya Temple

5 Destinations of Tourism 1. কামাখ্যা Tourism and Hospitality কালিকা পুৰাণৰ মতে, কামাখ্যা মন্দিৰে সেই ঠাই বুজায় য’ত সতীয়ে শিৱৰ সৈতে অৱসৰ বিনোদনৰ বাবে  গোপনে লগ  হৈছিল, আৰু এনেধৰনে কথিত আছে যে সতীৰ মৃত্যুৰ পিছত শিৱ‌ই সতীৰ মৃতদেহ টো লৈ তাণ্ডৱ নৃত্য কৰি থাকোতে ব্ৰক্ষ্মাই যেতিয়া সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহ টো টুকুৰা– টুকুৰ কৰিছিল, তেতিয়া তেওঁৰ দেহৰ বিভিন্ন অংগ বেলেগ- বেলেগ ঠাইত পৰিছিল । আৰু কথিত আছে যে তেওঁৰ মৃতদেহৰ যোনি অংশ কামাখ্যা ত পৰিছিল, য’ত পিছলৈ কামাখ্যা মন্দিৰ গঢ়ি উঠিল। Tourism and Hospitality কামাখ্যাত পৰ্যটকৰ আকৰ্ষণ স্হলী মন্দিৰটোৰ ভিতৰত এটা অন্ধকাৰ ৰহস্যময় কোঠা আছে। কোঠা টোৰ এঠাইত ৰেচমৰ শাৰী এখন মেৰিয়াই ফুলেৰে ঢাকি থোৱা আছে আৰু এই ঠাই খিনিতে যোনি … Read more

One of the best Kalpana – Assamese poem

girl swinging

                              কল্পনা (Kalpana) কৃত্রিমতাৰে আৱৰা পৃথিৱী খনত (Kalpana) জোনাকৰ পোহৰ, নদীখনৰ হাঁহি আৰু বহুত কিবা-কিবি হেৰাই গ’ল। কেতিয়াবা প্রকৃতিৰ বুকুত হেৰাই যাব মন গ’লে মাত্ৰ দুচকু মুদি গভীৰ উশাহ এটি লৈ অনুভৱ কৰো……. তাতেই বিচাৰি পাঁও নোপোৱা খিনিৰ মাদকতা। https://www.assamese-poem.com/2022/01/new-assamese-poem-2022.html

Know Questions and Answers of Bixoi hisape bhugol vigyan

Globe

বিষয় হিচাপে ভূগোল বিজ্ঞান bhugol vigyan ১.ভূগোল বিজ্ঞান বুলিলে কি বুজা ? ভূগোল বিজ্ঞান বুলিলে সাধাৰনতে পৃথিৱীৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰাকে বুজায় । ভূগোল বিজ্ঞানে ঠাই ভেদে আৰু সময় ভেদে পৃথিৱীৰ ঘটনা প্ৰবাহৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰে । সাগৰ- মহাসাগৰ, মাটি , বায়ুমণ্ডল, দেশ-মহাদেশ , জীৱমণ্ডল, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ, সাংস্কৃতিক ভিন্নতা এই আটাইবোৰ অধ্যয়ন কৰে। … Read more

Know Question and Answers of Onnyor Proti Byabohar

Communication skills

অন্যৰ প্ৰতি ব্যৱহাৰ Onnyor Proti Byabohar Question Answers | Class 9 | Assamese | SEBA ১. ক্. সাৰথি পুথি খনৰ ৰচক কোন? Onnyor Proti Byabohar সত্যনাথ বৰা । খ. কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? ৱ্যবহাৰ নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় । গ. কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ? … Read more

Know Questions and Answers of Manav Vandana | Class 9 Poem

Humans

মানৱ বন্দনা Manav Vandana ১. চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল? Manav Vandana ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ জন্ম হৈছিল ১৮৬৭ চনত | Manav Vandana ২.চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা ? প্ৰতিমা আৰু বীণ‌ ব’ৰাগী ৩.চন্দ্ৰকুমাৰ আগৰৱালা দেৱে সম্পাদনা কৰা আলোচনী খনৰ নাম কি? জোনাকী ৪.চন্দ্ৰকুমাৰ আগৰৱালা দেৱে সম্পাদনা … Read more

Know Questions and Answers of Sishu Leela – Class 9 Poem

Child Krishna

শিশু লীলা (Sishu Leela)  ১. শংকৰদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল? Sishu Leela নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত , নগাঁৱৰ আলিপুখুৰীত Sishu Leela ২। শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? কীৰ্তন ঘোষাক শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি জনা যায়। ৩.শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাট খনৰ নাম কি? চিহ্নযাত্ৰা ৪.শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ … Read more

How to repent in front of Allah in Assamese ?

dua

পাপৰ ক্ষমা বিচাৰি আল্লাহৰ ওচৰত দোৱা আৰু দোৱা কেনেকৈ কৰা উচিত      How to repent in front of Allah? (Assamese version)   আচ্ছালামুআলাইকুম,  আজি মই আপোনালোকৰ লগত খুব প্ৰয়োজনীয় দোৱাকেইটামান share কৰিম, আশাকৰোঁ নিশ্চয় পঢ়ি  উপকৃত  হ’ব। (repent) আমি  প্ৰত্যেকেই জীৱনত কিছুমান এনেকুৱা ভুল অথবা পাপ কৰো যিবোৰ আমি আনৰ আগত প্ৰকাশ কৰিব নোৱাৰো … Read more

Best Medicinal Plants of Assam (in Assamese)

pennywort

অসমৰ বনৌষধি আমি অসমীয়া, অসমৰ কলা-সংস্কৃতি আমাৰ হাড়ে-হিমজুৱে বিৰাজমান। অসমক লৈ বিভিন্ন সময়ত বিভিন্ন জন গৱেষক, সাহিত্যিক, লেখকে বহু মূল্যৱান মন্তব্য আগবঢ়াই থৈ গৈছে। সঁচাকৈয়ে অসমৰ অসমীয়াৰ মনবোৰ যেনেকৈ বৰ ৰসাল, বৰ অতিথিপৰায়ণ আৰু উদাৰ ঠিক তেনেকৈ, অসম খনো প্ৰাকৃতিক ভাৱে বৰ ৰসাল , বৰ বিশাল। (Medicinal Plants) আমি বহুতেই অসমৰ মূল্যবান বনৌষধি বোৰৰ বিষয়ে  … Read more