Know the Deled MIL notes in Assamese | SCERT

girl reading

Unit 1| Second Semester Deled MIL notes 1. লিখন কৌশল বিকাশত শব্দ লিখনৰ গুৰুত্ব সম্পৰ্কে লিখা | Deled MIL notes উত্তৰ:শিশু এটাৰ ক্ষেত্ৰত শিশুটোৰ বিদ্যায়তনিক দিশৰ সৰ্বাংগীন বিকাশ সাধন হবলৈ হ’লে কথন কৌশল,শ্ৰৱন কৌশল,পঠন কৌশল,লিখন কৌশল এই আটাইবোৰ সমানে বিকাশ ঘটিব লাগিব । শিশুটোৱে কেবল পঢ়িব বা ক’ব জানিলেই নহব, নিজৰ মনৰ ভাৱ, আহৰণ কৰা … Read more

Easy skin care tips for girls in Assamese

girl caring her skin

আপোনাৰ ছালখন ধুনীয়া কৰি ৰখাৰ সহজ উপায় skin care tips মই নাভাবো যে আপোনাৰ ছালৰ ৰং কলা হ’লে আপোনাক বেয়া দেখিব, কাৰণ মাগুৰ বৰণীয়া ছোৱালী হে দেখিবলৈ আটাইতকৈ ধুনীয়া । তথাপিও কেতিয়াবা আত্মীয় স্বজন, বন্ধু-বান্ধবী সকলে ছালৰ ৰং ক লৈ দিয়া negative comments বোৰ যেনে – “এ ত‌ই বহুত কলা হৈ গৈছ”, “এই কাপোৰ সাজ … Read more

Know the Questions and Answers of Human Development

human geography

মানৱ বিকাশ Human Development Questions and Answers | Class 12 | AHSEC | Chapter 4 ক. নিম্নলিখিত কোনটোৱে বিকাশৰ আটাইতকৈ ভাল বৰ্ণনা দিয়ে a.বৰ্দ্ধিত আকাৰ b.অবিৰত আকাৰ c.গুণগত ধনাত্মক পৰিৱৰ্ত্তন 👈 d.গুণগত সাধাৰণ পৰিৱৰ্ত্তন a.প্ৰফেছৰ অমৰ্ত্য সেন b.এলেন চি চেম্পল c.ডঃ মহবুব্-উল্-হক্👈 d.ৰাটজেল a.নৰৱে👈 b.জাপান c.আৰ্জেন্টিনা d.ইজিপ্ত 30 টা মান শব্দৰে নিম্নলিখিত প্ৰশ্ন বোৰৰ উত্তৰ … Read more

The World Population (Distribution, Density and Growth)

population

পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ ঘনত্ব আৰু বৃদ্ধি (The World Population) নিম্নলিখিত চাৰিটি বিকল।পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা ক. নিম্নলিখিত মহাদেশ কেইখনত কোনখনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটৈ ১.আফ্ৰিকা👈 ২.দক্ষিণ আমেৰিকা ৩.এছিয়া ৪.উত্তৰ আমেৰিকা খ. তলত উল্লেখ কৰা কোনটো বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয় ১.আটাকামা ২.দক্ষিণপূব এছিয়া👈 ৩.বিষুৱীয় অঞ্চল ৪.মেৰু অঞ্চল গ. নিম্নলিখিত কোনটো … Read more

Being alone – An Assamese poem

girl being alone

নীৰৱতা মোৰ প্ৰিয় Being alone This is an Assamese poem – Theme – I love to be alone. Being alone or in solitude is not a bad idea sometimes. People in solitude can become more creative and productive. A solitary life has its own advantages and disadvantages. কʼবলৈ যেতিয়া বহুকথা থাকে শব্দবোৰে বাট হেৰুৱাই । … Read more

How to improve your exam performance?

girl studying

পৰীক্ষাত এটাত  ভাল ফলাফল কেনেকৈ দেখুৱাব পাৰি ? পৰীক্ষা বুলিলে সকলোৰে এটা excitement থাকে নহয়নে? পৰীক্ষাত ভাল এটা ফলাফল (good exam performance) দেখুৱালৈ সকলোৰে এটা হেঁপাহ থাকে । বিশেষকৈ HSLC আৰু  HS ৰ ফলাফলক লৈ ওচৰ চুবুৰীয়াৰ পৰা আৰম্ভ কৰি অঙহী ব‌ঙহী , পিতৃ মাতৃ , শিক্ষক শিক্ষয়িত্ৰী সকলোৰে মনত এক উগুল থুগুল ভাৱ নহয়নে … Read more

Question and Answers of Nature and Scope, Manob Bhugol

human geography

প্ৰকৃতি আৰু পৰিসৰ মানৱ ভূগোল – (গোট -১) প্ৰথম অধ্যায় Class 12 | Human Geography | First Chapter | Assamese Medium | Manob Bhugol 1. পাৰিপাৰ্শ্বিক নিৰ্নয় বাদ মতবাদ টো বৰ্ণনা কৰা । (Manob Bhugol) পাৰিপাৰ্শ্বিক নিৰ্নয় বাদ মতবাদ টোৰ ধাৰণা ফ্ৰেডৰিক ৰাটজেল নামৰ ব্যক্তি গৰাকীয়ে আগবঢ়াইছিল ।(Manob Bhugol) এই মতবাদ মতে, প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা … Read more

How to overcome neighbour’s jealously | Assamese version

cat

ওচৰ চুবুৰীয়াৰ হিংসাৰ পৰা কেনেকৈ হাত সাৰিব ? “Jealous” ,  হিংসা এটা common word. মই, আপুনি, আমি সকলোৱে এই শব্দ টোৰ সৈতে মুখামুখি হৈ থাকো । হিংসা, লোভ, মোহ, খং ইত্যাদি বোৰ  আমাৰ তেজতে আছে। হয়তো কাৰোবাৰ কম , কাৰোবাৰ বেছি । (neighbour’s jealousy) মইয়ো কেতিয়াবা jealous হ‌ঁও, যেতিয়া কোনোবাই মোতকৈ ভাল results কৰে, একে … Read more

Why Life is more important than marks

exam stress

নম্বৰ vs জীৱন নম্বৰ , percentage, internal marks, external marks এইবোৰেই যেন আমাৰ জীৱন । 80%, 90% earn কৰিব নোৱাৰিলোঁ , what a stressful life ! মা-দেউতাৰ গালি, অমুকৰ লৰাটোৱে ইমান percent পালে আৰু ত‌ই আমাৰ আশাত চেঁচা পানী ঢালিলি । এহ্ তোমাৰ ইমান percent কম  , আজিকালি ইমান competition তুমি কতোৱেই seat নাপাবা । … Read more

Best Understand Cryptocurrency in Assamese

cryptocurrency idea

যুগৰ পৰিবৰ্তনৰ লগে লগে মুদ্ৰাৰ ৰূপৰো পৰিবৰ্তন হৈছে । আজি একৈশ শতিকাৰ মুদ্ৰাৰ ৰূপ টো এক virtual form লৈ পৰিবৰ্তন ঘটিছে । এই virtual form টো কি হ’ব পাৰে অনুমান কৰিব পাৰিচানে… ?  এই ৰূপ টোক বৰ্তমান cryptocurrency নামেৰে জনা যায়। বৰ্তমান এক digital revolution অৰ সূচনা হৈছে । Interesting কথাটো কি জানা..? এই digital … Read more