Some powerful duas in Assamese

অতি প্রয়োজনীয় দোৱা (duas in Assamese)

Hello, আচ্ছালামুআলাইকুম । কোৰান আৰু হাদিচত এনেকুৱা বহুত দোৱা আছে যিবোৰ আমাৰ দৈনন্দিন জীৱনত অতি প্রয়োজনীয়। And Today I am  sharing  some important Duas with you. আৰু মই আশা কৰো আপুনি দোৱা কেইটা জানি নিশ্চয়  ভাল পাব। গতিকে সময় নষ্ট নকৰি আহকচোন পঢ়ি চাঁও। (duas in Assamese)

 

 

এটি সু-সন্তান লাভৰ বাবে দোৱা: ৰব্বানা হাব লানা মিন আজাৱাজিনা ওৱা জুৰিয়াতিনা কুৱাৰৰাতা আ’য়ুনিনৱাজ’আলনা লীলমুত্তাকিনা ইমামা। (duas in Assamese)

দুনিয়া আৰু আখিৰাতত শান্তি লাভৰ বাবে দোৱা: ৰব্বানা আতিনা ফিদ্দুনীয়া হাচানাতাও ওৱা ফিল আখিৰাতি হাচানাতাও ওৱা কিনা আজাবান্নাৰ।

সফলতা আৰু শুদ্ধতা প্রাপ্তিৰ বাবে দোৱা: ৰব্বানা ফাগ’ফিৰলানা জুনুবানা ওৱা কাফিৰান্না চায়াতিনা ওৱা তাৱাফাআন্না মা’আল আবৰাৰ।

নিৰ্দেশিত অন্তৰ আৰু দয়া লাভৰ বাবে দোৱা: ৰব্বানা লা তুজ্জিগ কুলুবানা বা’আদা ইজ্ হাদাইতানা ওৱা হাবলানা মিল লাডুনকা ৰাহমাহ ইন্নাকা আানতাল ওৱাহাব।

ক্ষমা প্রাপ্তিৰ বাবে দোৱা: ৰব্বানা লা তুৱাখিজানা ইন্নাছীনা ওৱাআখতানা

দয়া আৰু আল্লাহৰ guidance প্রাপ্তিৰ বাবে দোৱা : ৰব্বানা আতিনা মিললাডুনকা ৰহমাতানাও ওৱা হায়িলানা মিন আমৰিনা ৰাছাদা

সুখ আৰু সুৰক্ষা লাভৰ বাবে দোৱা: ৰব্বানা ওৱা লা তুহাম্মিলনা মাআলা তাকওৱাতা লানা বি ওৱা ফুৱান্না ওৱাগফিৰলানা ওৱাৰহামনা আন্তা মাওলানা ফানছুৰনা আলাল কুৱামিল কাফিৰীন

কঠিন মুহুৰ্ত আৰু পৰীক্ষাত সফলতা প্রাপ্তিৰ দোৱা: আল্লাহুম্মা লা চাহলাহ ইলা মা জা’আলতু চাহলাহ ,ওৱা আনতা  তাজ-আলুল হাজনা ইজা ছিয়াতা চাহলাহ

Dua-in-Assamese

এটা কথা মই প্ৰায়ে আপোনালোকক কৈ থাকো যে, যিকোনো দোৱা বা যিকোনো ইচ্ছা আল্লাহে তেতিয়াহে কবুল কৰে যেতিয়া আপুনি শুদ্ধ পথত থাকিব আৰু আপোনাৰ অন্তৰ খন পবিত্ৰ হ’ব। আজিলৈ by, next আকৌ লগ পাম। May Allah bless you all. Ameen.

 

Leave a comment