An Assamese Poem – Baowna aru Chandra

little girl

বাওনা আৰু চন্দ্র    কথা এষাৰি ঘপককৈ মনত পৰি গ’ল, বাওনা হৈ চন্দ্রলৈ হাত নেমেলিবা। জীৱনত বহুবাৰ আওৰাইছো এইশাৰী বাক্য, কিন্তু মোৰ বাবে এইয়া অৰ্থহীন বাক্য। বাওনা হলো বুলিয়ে মোৰ মনটো টো বাওনা নহয়। বাওনা হলো বুলিয়ে মই জানো কল্পনা নকৰাকৈ থাকিব পাৰো..? বাওনা হলো বুলিয়ে মোৰ জানো মন নাযায় চন্দ্রটো চুই চবলৈ..? পিঠিত ডেউকা … Read more

One of the vest Assamese Poem -Bixakto Xomoi

বিষাক্ত সময়   সময় বোৰ এতিয়া বিষাক্ত,   বিষৰ দাবানলত দগ্ধ মানৱ জাতি।  ক’ৰনাৰ বিভীষিকা,  জনতাৰ পেটত গাথি,  এচামৰ পকেট ভৰ্তি।  প্রতি ঘৰে-ঘৰে জীৱন সংগ্রামৰ কাহিনী।  দুচকুত সোনালী সপোন  দুটি ওঁঠত ফুলিব হাঁহিৰ ফুল। Assamese poem       এইবাৰ পৃথিৱী আৰু মানুহৰ মাজত বন্ধুত্ব হ’ব,   মানুহে বুজিব পৃথিৱীৰ দূখ  পৃথিৱীয়ে দিব মানুহক সূখ। অনুভৱ … Read more

Know the importance of Zikr/Dh

importance-of-zikr

Why should we chant the name of Allah? or the importance of Zikr/Dhikr জিকিৰ কিয় কৰিব লাগে..? importance of zikr Importance of Zikr আচ্ছালামুআলাইকুম। আপুনি কেতিয়াবা জিকিৰ কৰি পাইছেনে..? বা আপুনি জানেনে জিকিৰ কিয় কৰিব লাগে..? হয়তোবা জানে but কৰি পোৱা নাই আৰু কিজানিবা নাজানেই সেইকাৰনে কৰি পোৱা নাই। বাৰু no need to worry about … Read more

Know what Islam says about women in Assamese

muslim girl

    Islam and Women in Assamese  “তুমি টো জানাই আমাৰ শহুৰ-শাহু আৰু মোৰ husband কিমান conservative. মই স্কুলত কাম কৰোতে বোৰ্খা পিন্ধি যাবলৈ অমা্ন্তি হোৱা কাৰণে, মোক স্কুলত কাম কৰাই বন্ধ কৰি দিলে,আৰু আমাৰ মাজনীক টো এইবাৰ বিয়াই দিব, লৰাই চাব আহিছেও । মোৰ husband ৰ মতে এনেও ছোৱালী মানুহ ঘৰতে থাকিব লাগিব, ইমান … Read more

The best way about Wudu or Ablution in Islam (Assamese)

boy doing ablution

Wudu Ablution in Islam (Assamese Wajju/0jju) Cleaning oneself with water!   ওজু কেনেকৈ কৰিব লাগে জানো আহক। আচ্ছালামুআলাইকুম ।আমি প্ৰত্যেক নামাজৰ আগত অজু কৰাটো জৰুৰী। কেতিয়াবা আমাৰ অজু কৰোতে সাধাৰণ খেলি-মেলি লাগি যায়, গতিকে আপোনাৰ যাতে কেতিয়াও খেলি-মেলি নালাগে তাৰ বাবে মই আজি আপোনাক কম ওজু কেনেকৈ কৰিব লাগে। Ø 1st stepঅজুৰ নিয়ত কৰিব । নিয়ত টো … Read more

Best way to Learn Surah Yasin in Assamese

man reading Quran

  ছুৰা ইয়াছীন আৰু ইয়াৰ ফজীলত Surah Yasin in Assamese আচ্ছালামুআলাইকুম। আজি মই আপোনাক কিহৰ বিষয়ে কম আপুনি নিশ্চয় headline টো চাইয়ে গম পাইছে..! আপুনি ছুৰা ইয়াছীন সদায় পঢ়েনে বাৰু? আৰু এটা important কথা আমি বহুতেই নাজানো কোৰান শ্বৰীফত থকা ছুৰা সমুহ আৰু ইয়াৰ ফজীলতৰ বিষয়ে , আমি মাত্ৰ ঠেক কোঠালী এটাতে আবদ্ধ।। but আপুনি … Read more

How to sleep in Islam? Easy tips in Assamese

girl sleeping

ইচলামিক তৰীকাত কেনেকৈ টোপনি যাব লাগে জানো আহক (sleep in Islam) আচ্ছালামুৱালাইকুম, how are u my friends..? মোৰ লিখনি বোৰ পঢ়ি আপোনাৰ কেনেকুৱা অনুভৱ হয় জনাবচোন ,মোৰো ভাল লাগিব ।আজি মই আপোনাক কম ইচলামিক তৰীকাত কেনেকৈ শুব লাগে। এই বিষয়ে মইয়ো জনা নাছিলো but আজি যিখিনি interesting কথা গম পালো ,আপোনাৰ লগত নো share নকৰাকৈ … Read more

Tahajjud Namaz in Assamese

girl in namaz

তাহাজ্জুদ নামাজ আচ্ছালামুআলাইকুম।আজি আকৌ আপোনাক নতুন কথা এটা জনাম বুলি ভাবিলো, আৰু কথাটো হল তাহাজ্জুদ নামাজৰ বিষয়ে, নামটো নিশ্চয় আপুনিও শুনিছে? আৰু আপুনি যদি তাহাজ্জুদ নামাজ পঢ়িছে মোক কমেন্ট কৰি নিশ্চয় জনাব। মই আজিলৈকে পঢ়া নাই কিন্তু পঢ়িব বহুত মন আছে, সেয়ে ভাবিলো নামাজ পঢ়াৰ আগত কেনেকৈ তাহাজ্জুদ নামাজ পঢ়িব লাগে আৰু এই নামাজৰ ফজীলত … Read more

The best way how Jumma Namaz is offered in Assamese

jumma namaz

 জুমাৰ নামাজ (Jumma Namaz) নামাজ পঢ়ো আহক। আচ্ছালামুআলাইকুম। জুমাৰ নামাজ কিয় পঢ়া হয় আপুনি জানেনে? জুমাৰ নামাজ হৈছে ফৰজে আয়ন। জুমাৰ দিনা অৰ্থাৎ শুক্ৰবাৰৰ দিনা জোহৰৰ নামাজ পঢ়িব নালাগে, ইয়াৰ পৰিবৰ্তে আল্লাহুতাআলাই জুমাৰ নামাজ নিৰ্ধাৰন কৰি দিছে। আল্লাহুতাআলাই কৈছে যে – হে মুমিন সকল, যেতিয়া জুমাৰ দিনা নামাজলৈ আহ্বান কৰা হয় তেতিয়া তোমালোকে সংসাৰৰ সকলো … Read more

The authentic rituals for deceased person in Islam in Assamese

muslim grave

মুছলমান মানুহৰ মৃত্যুৰ পিছত আপুনি পালন কৰিব লগীয়া নীতি-নিয়ম । (rituals for deceased person)     আচ্ছালামুআলাইকুম।আজি মই আপোনাক জনাম আমাৰ অন্তিম বিদায়ৰ কিছু নীতি-নিয়ম। মৃত্যু চিৰন্তন সত্য, আমি সকলোৱে এদিন খালী হাতে আল্লাৰ ওচৰলৈ যাব লাগিব, গতিকে দুনিয়াত থকা দিনকেইটা আল্লাৰ কাম কৰক, সৎ পথত থাকক, অন্তৰ পবিত্ৰ ৰাখক। এতিয়া আহকচোন জানো মৃত্যুৰ পিছত … Read more