One of the best Kalpana – Assamese poem

                              কল্পনা (Kalpana)

কৃত্রিমতাৰে আৱৰা পৃথিৱী খনত (Kalpana)

জোনাকৰ পোহৰ, নদীখনৰ হাঁহি

আৰু বহুত কিবা-কিবি হেৰাই গ’ল।

কেতিয়াবা প্রকৃতিৰ বুকুত হেৰাই যাব মন গ’লে

মাত্ৰ দুচকু মুদি গভীৰ উশাহ এটি লৈ

অনুভৱ কৰো…….

তাতেই বিচাৰি পাঁও

নোপোৱা খিনিৰ মাদকতা।

https://www.assamese-poem.com/2022/01/new-assamese-poem-2022.html

Leave a comment