Bikrito Mon – An Assamese Story

বিকৃত মন (Assamese story) Bikrito Mon – An Assamese Story হমমম, কিবা এটা গোন্ধ ওলাইছে হেনো বাহিৰত, খুৰী হতে কোৱা-কুই কৰিছে। নাকটো খিৰিকিৰে উলিয়াই লাহেকৈ মইয়ো চেষ্টা অকন কৰিছো , কিহৰ নো গোন্ধ ওলাইছে মইও অকন লঁও। এনেতে বৰুৱানী খুৰীয়ে…
