Why should we offer Namaz ? (in Assamese)

নামাজ কিয় পঢ়িব লাগে ? আচ্ছালামুৱালাইকুম । hmm, do you know নামাজ পঢ়িলে আমাৰ কি কি benefit হয়, আৰু আমি নামাজ কিয় পঢ়িব লাগে..? মোৰ বয়সৰ খুব কম লৰা-ছোৱালীয়েহে regular নামাজ পঢ়ে। বেছিভাগৰে মোৰ নিছিনা অৱস্থা । I mean ,…








