Know Questions and Answers of Natural Resources

Class 11 | AHSEC | Environmental Science | Natural resources প্ৰাকৃতিক সম্পদ Natural resources ১/প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উঃমানৱ সভ্যতাৰ কল্যাণ আৰু বিকাশ এই সম্পদসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।যিহেতু এই সম্পদসমূহ প্ৰকৃতিৰ পৰা পোৱা যায় সেয়ে এইবোৰক প্ৰকৃতিক সম্পদ…








