Know the Textual Questions and Answers of Ecological Concepts
Class 11 | Chapter 2 | AHSEC | Assamese medium বাস্তব বিদ্যা সম্পৰ্কীয় ধাৰণা ১/ ইক’লজি বা বাস্তব্য বিদ্যাৰ সংজ্ঞা নিৰ্ণয় কৰা । Ecological Concepts উঃবাস্তব্য বিদ্যা হৈছে উদ্ভিদ,জীৱ-জন্তু আৰু সিহঁতৰ পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে কৰা অধ্যয়ণ । ২/পৰিস্থিতিতন্ত্ৰ বুলিলে তুমি কি বুজা ? উঃ পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, … Read more