ইচলামিক তৰীকাত কেনেকৈ টোপনি যাব লাগে জানো আহক (sleep in Islam)
আচ্ছালামুৱালাইকুম, how are u my friends..? মোৰ লিখনি বোৰ পঢ়ি আপোনাৰ কেনেকুৱা অনুভৱ হয় জনাবচোন ,মোৰো ভাল লাগিব ।আজি মই আপোনাক কম ইচলামিক তৰীকাত কেনেকৈ শুব লাগে। এই বিষয়ে মইয়ো জনা নাছিলো but আজি যিখিনি interesting কথা গম পালো ,আপোনাৰ লগত নো share নকৰাকৈ কেনেকৈ থাকো। এতিয়া আহো মুল কথালৈ | (sleep in Islam)
শুই নিশ্চয় সকলোৱে ভাল পায় but ইচলামিক তৰীকাত কেনেকৈ শুব লাগে সেই কথাটো বহুতেই নাজানে আৰু যাৰ ফলত কেতিয়াবা আমি বেয়া সপোন দেখো, অশান্তি অনুভৱ হয়, বা কেতিয়াবা টোপনি ভাল নহয় আৰু নানানটা সমস্যা। গতিকে এই সমস্যা বোৰ দূৰ কৰাৰ কাৰণে মই আপোনাক কেইটামান easy tips দিম।এই tips কেইটা follow কৰক আৰু ধুনীয়াকৈ টোপনি যাওক ।ইনশ্বাআল্লাহ আপোনাৰ টোপনিৰ লগত জড়িত আটাইবোৰ সমস্যা দুৰ হব।
প্ৰথমে ইচা নামাজ পঢ়িব লাগে, দিনজোৰা ব্যস্ততাৰ অন্তত আল্লাহক শুদ্ধ অন্তৰেৰে কিছু সময় মনত কৰক। it will bring peace to your heart and soul. কিছুমানৰ হয়তো মগৰীব নামাজ পঢ়াৰ সময় নাথাকিবও পাৰে গতিকে ইচা নামাজে পঢ়ক
· Next, আমি সকলোৱে ইচা নামাজৰ পিছত around 9pm বা 10:30 ভিতৰত হে ভাত খাও গতিকে ভাত খাই উঠি দাত ব্ৰাছ কৰক |
· Next, আপোনাৰ ঘৰ খন এবাৰ check কৰক , দৰ্জা–খিৰীকি ভালদৰে বন্ধ কৰক ।লেম্প, মমবাতি ,লাইট ইত্যাদি নুমাই থব।
· ৰাতি মাছ–মাংস কমাই খাব যিমান দূৰ পাৰি লঘু আহাৰ গ্ৰহণ কৰিব লাগে।
· Next, clean your bed. বিচনাখন পৰিষ্কাৰ হলে টোপনি ভাল হয়। আৰু শোওতে অজু কৰি শুব লাগে।
টোপনি যোৱাৰ আগত কোৰানৰ কিছু দোৱা পঢ়ক তাৰ ভিতৰত আয়াতুল কুৰছি, ছুৰা আল বক্কৰৰ শেষৰ দুটা আয়াত, ছুৰা আল মুল্ক, ছুৰা আল কাফিৰুন, আৰু কোৰানৰ শেষৰ তিনিটা ছুৰা পঢ়াটো উত্তম।
· এতিয়া জানো আহক কেনেকুৱা position অত শুব লাগে । টোপনি যোৱাৰ সময়ত সদায় সো ফালে কাতি হৈ শুব লাগে আৰু পশ্চিম ফালে মুখ কৰি শুব লাগে। this is sunnah. Sleep like this.
· Now, আল্লাৰ ওচৰত দোৱা কৰক আপুনি মনত যি ভাবে আল্লাৰ ওচৰত বিচাৰক। but টোপনি যাওতে পঢ়া common দোৱাটো হল “আল্লাহুম্মা বিছমিকা আমুটু ওৱা আহহিয়া”।
· আৰু ৰাতিপুৱা আল্লাহক মনত কৰি বিছনাৰ পৰা উঠক। আৰু বিচনাৰ পৰা উঠা দোৱাটো হ’ল– “ আলহামদু লিল্লাহি লাতে আহয়্যানা বা’দামা আমাতনা ওৱা ইলাইহি নুছুৰু”
· আৰু ৰাতিপুৱা টো ফজৰৰ নামাজেৰে আৰম্ভ কৰক, যদি আপোনাৰো মোৰ নিচিনা ৰাতিপুৱা সাৰ নোপোৱা স্বভাব ততিয়াহলে এলাৰ্ম দিয়াৰ ব্যৱস্হা কৰক।
এই খিনিতে আপোনাক মই কেইটামান ধুনীয়া হাদিছ কম
vছাহিহ আল বুখাৰী ২১০ “যদি কোনোবাই নামাজ পঢ়ি থকা সময়ত এলাহ ,ভাগৰ বা টোপনি অনুভৱ কৰে তেন্তে কিছুসময় টোপনি যাওক। যেতিয়ালৈ আপুনি fresh অনুভৱ নকৰে”
vচলমান আল ফাৰিছিয়ে নবীয়ে কোৱা শুনিছিল যে “…..শোওতে অজু কৰি শোৱা গোটেই ৰাতি নামাজৰ বাবে থিয় হৈ থকাৰ সমান”
vআবু মালিক আল আচ আৰি মতে ,নবীয়ে কৈছিল যে “পবিত্ৰতা হৈছে ঈমানৰ আধা”।
আৰু এই খিনিতে এটা কথা কওঁ যে টোপনি যাওতে সদায় এটা peaceful environment create কৰক আৰু আজিকালি মোবাইল অত সকলো খিনি পোৱা যায়, গতিকে আপুনি মোবাইলত আপোনাৰ ভাললগা জিকিৰ শুনক, ছুৰা শুনক and it will bring peace to your mind. মই প্ৰায়ে টোপনি যোৱাৰ আগত ছুৰা ইয়াছিন ,ছুৰা আয়াতুল কুৰছি শুনো,মনটো বহুত শান্তি লাগে। গতিকে আপুনিও এবাৰ মোৰ tips টো follow কৰক আৰু কেনেকুৱা অনুভৱ হৈ মোক জনাব।
next কথাটো হল কেতিয়াবা বেয়া সপোন দেখা বা টোপনিত disturbance অহা টো স্বাভাবিক কিন্তু যদি আপোনাৰ লগত এনেকুৱা সদায় হয় তেতিয়া হ’লে consult with a good doctor. আৰু if possible দিনটোত atleast 15-30 minutes অৰ বাবে টোপনি মাৰক , it can help continue the day properly and আপোনাৰ শৰীৰ টোক কিছু refresh কৰিব। কিন্তু 15-30 minutes ত কৈ দিনত বেছি নুশুব কাৰণ বেছিকৈ শুলে you wil feel lazy. হাদীছত উল্লেখ আছে যে জোহৰৰ পিছত এটা short nap লোৱাটো চুন্নত । আজিলৈ bye, next আকৌ লগ পাম। আপোনালোকলৈ দোৱা থাকিল , আমাৰ কাৰনেও দোৱা কৰিব। (sleep in Islam)