Know the importance of Zikr/Dh

Why should we chant the name of Allah? or the importance of Zikr/Dhikr

জিকিৰ কিয় কৰিব লাগে..? importance of zikr

Importance of Zikr

আচ্ছালামুআলাইকুম। আপুনি কেতিয়াবা জিকিৰ কৰি পাইছেনে..? বা আপুনি জানেনে জিকিৰ কিয় কৰিব লাগে..? হয়তোবা জানে but কৰি পোৱা নাই আৰু কিজানিবা নাজানেই সেইকাৰনে কৰি পোৱা নাই। বাৰু no need to worry about it. আজি আপোনালোকক মই খুব ধুনীয়াকৈ এই বিষয়ে বুজাই দিম।

আমাৰ ঘৰৰ পৰা অলপ আঁতৰত আলি কেকুৰীটোতে এটা মছজিদ আছে, আৰু তাতে সপ্তাহটোৰ প্রত্যেক বৃহস্পতি বাৰে ইছাৰ নামাজৰ পিছত জিকিৰ কৰিছিল, আমাৰ ঘৰৰ পৰা আকৌ ধুনীয়াকৈ জিকিৰৰ ধ্বনি শুনা পায়। মই খুব ধুনীয়াকৈ শুনি থাকো ,ভালো লাগে শুনি । খুব ধুনীয়া এটা সুৰৰ সৃষ্টি হয়, আপুনি যদি কৰবাত কেতিয়াবা শুনিছে ,নিশ্চয় কেনেকুৱা অনুভৱ হয় গমেই পাইছে।


এই শুনি ভাল লগা জিকিৰৰ কেইবাটাও benefit আছে ,তাৰ ভিতৰত এটা হ’ল জিকিৰে আত্মসন্তুষ্টি প্ৰদান কৰে আৰু it is a great way to achieve spiritual perfection আৰু আল্লাহক সন্তুষ্ট কৰাৰ এটা পথ। আচলতে এই জিকিৰ বোৰ হৈছে আল্লাহৰে নাম, যাক খুব সঘনাই এক সুৰ-লয়-তাল মিলাই frequently repeat কৰা হয়। আপুনি যদি আজিলৈ জিকিৰ শুনা নাই , then এবাৰ শুনি চাব চোন খুব ভাল লাগে।

জিকিৰ আপুনি অন্তৰৰ পৰা উচ্চাৰণ নোহোৱাকৈও কৰিব পাৰে আৰু উচ্চাৰণ কৰিও কৰিব পাৰে। এতিয়া আহকচোন জানো আমি daily life অত প‍্রতিদিনেই কৰিব পৰা কেইটামান জিকিৰ:

·       চোবাহানআল্লাহ (আল্লাহৰ গৌৰৱ) importance of zikr
·       আলহামদুলিল্লাহ(আল্লাহৰ প্ৰশংসা)
·       লা-ইলাহা-ইল্লালল্লাহ (আল্লাহৰ বাহিৰে অতি উত্তম কোনো নাই)
·       আল্লাহুআকবাৰ(আল্লাহ সকলোতকৈ মহান)
·       আস্তাগফিৰুল্লাহ(মই আল্লাহৰ পৰা ক্ষমা বিচাৰিছো) importance of zikr
·       লা-হাওলা-ওৱালা-কুওৱাতা ইল্লা বিল্লাহ (আল্লাহৰ বাহিৰে দ্বিতীয়  কোনো শক্তিমান আৰু তাকাতৱাৰ নাই)
·       চোবাহান-আল্লাহি-ওৱা-বিহামদিহি (আল্লাহৰ বাবে গৌৰৱ আৰু  প্রশংসা)
·       চোবাহান-আল্লাহি-আজীম (আল্লাহ ৰ গৌৰৱ সৰ্বশ্রেষ্ঠ)

এই জিকিৰ কেইটা দিনটোত এবাৰ কৰক। ব্যস্ত জীৱনটোত আল্লাহক মনত কৰক and be happy ,stay healthy. আমিন।

 Hope you have understood the importance of Zikr

Leave a comment