Best Medicinal Plants of Assam (in Assamese)

pennywort

অসমৰ বনৌষধি আমি অসমীয়া, অসমৰ কলা-সংস্কৃতি আমাৰ হাড়ে-হিমজুৱে বিৰাজমান। অসমক লৈ বিভিন্ন সময়ত বিভিন্ন জন গৱেষক, সাহিত্যিক, লেখকে বহু মূল্যৱান মন্তব্য আগবঢ়াই থৈ গৈছে। সঁচাকৈয়ে অসমৰ অসমীয়াৰ মনবোৰ যেনেকৈ বৰ ৰসাল, বৰ অতিথিপৰায়ণ আৰু উদাৰ ঠিক তেনেকৈ, অসম খনো প্ৰাকৃতিক ভাৱে বৰ ৰসাল , বৰ বিশাল। (Medicinal Plants) আমি বহুতেই অসমৰ মূল্যবান বনৌষধি বোৰৰ বিষয়ে  … Read more

How to Control Emotion ? (in Assamese)

crying girl

আবেগক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? আবেগৰ বৰ বিশেষ definition দিবলৈ মই নাযাঁও। আমি সকলোৱে আবেগ কি সেইয়া জানো।  খং, আবেগ,মৰম অভিমান, এনেধৰনৰ কিছুমান বস্তু আমাৰ জন্মগত। (control emotion) জীৱনত আমি প্ৰত্যেকেই আবেগিক মুহুৰ্ত কিছুমানৰ মুখামুখি হৈছো। কিছুমান আবেগিক মুহুৰ্ত‌ই আমাৰ জীৱনৰ গতিয়েই সলনি কৰিছে, আৰু  কিছুমান আবেগিক মুহুৰ্ত‌ই জীৱন টোক এক নতুন গতি প্ৰদান কৰিছে।                 কিছুমান মানুহ জন্মগত ভাবে, অথবা বংশানুক্ৰমিক ভাবে বহুত বেছি আবেগিক। ম‌ইয়ো যথেষ্ট আবেগিক মানুহ।  আবেগিক … Read more

Heruwa Smritir Pom Xedi – An Assamese Poem by Minuara Begum

হেৰুৱা স্মৃতিৰ পম খেদি motherhood   মোৰ অবুজ চকুহালৰ চলচলীয়া পানী আধাতে জেউতি হেঁৰাল পূৰ্ণিমাৰ জোনটি নিমিষতে হেৰাই গ’ল জোনাক ৰাতিৰ চোতাল মলিন হʼল। মাজৰাতি মোৰ দুধাৰী চকুলো আহে বৈ অবুজ হিয়াত খুন্দিয়াই শোকে । অন্তৰৰ বেদনা কেনেদৰে দেখুৱাম কোনেনো বুজিব বাৰু ..? অতীতৰ স্মৃতিক হেলাৰঙে আঁতৰাই ন-জীৱনৰ কথা ভাবো মোৰ পোনাটিক বুকুৰ মাজত লৈ … Read more

Jatona – An Assamese Poem by Minuara Begum (যাতনা)

 যাতনা Being a girl আৰুনো কিমান সহিম মই এই নিঠৰুৱা জীৱনৰ দুঃসহ যাতনা বোৰ । হে মোৰ হৃদয়ৰ দেৱতা…! অতীত -বৰ্তমানৰ এই সীমাহীন যাতনাৰ সাগৰত ডুবি আৰু কিমান দিন মই এনেকৈয়ে সহিম প্ৰাণৰ নীৰৱতা । অকলশৰীয়া এই যাত্ৰা পথৰ লগৰীয়াবোৰে মোৰ সমস্ত মৰমৰ নেঁওচি নিমিষতে হেৰাই গ’ল, মোৰ জীৱনৰ পৰা। তুমি মোক কোৱা..? আৰু কিমান … Read more