Laylatul Qadr in Assamese

mosque

Laylatul Qadr in Assamese লাইলাতুল ক্বদৰ। আচ্ছালামুআলাইকুম। আশাকৰোঁ আল্লাহুতাআলাই সকলোকে কুশলে ৰাখিছে। এইয়া ৰমজান মাহ, চাওঁতে– চাওঁতে পবিত্ৰ ৰমজান মাহে বিদায় লবৰে হ’ল।  আপুনি বাৰু জানেনে, ৰমজান মাহৰ শেষৰ ১০টা দিন আটাইতকৈ শ্ৰেষ্ঠ । এই শেষৰ ১০ টা দিনৰ কোনোবা এটা দিনত আমাৰ পবিত্ৰ গ্ৰন্থ কোৰান মজিদ নাজিল হৈছিল হীৰা পৰ্বতৰ গুহাত, আৰু এই ৰাতি … Read more