An Assamese Poem – Baowna aru Chandra

little girl

বাওনা আৰু চন্দ্র    কথা এষাৰি ঘপককৈ মনত পৰি গ’ল, বাওনা হৈ চন্দ্রলৈ হাত নেমেলিবা। জীৱনত বহুবাৰ আওৰাইছো এইশাৰী বাক্য, কিন্তু মোৰ বাবে এইয়া অৰ্থহীন বাক্য। বাওনা হলো বুলিয়ে মোৰ মনটো টো বাওনা নহয়। বাওনা হলো বুলিয়ে মই জানো কল্পনা নকৰাকৈ থাকিব পাৰো..? বাওনা হলো বুলিয়ে মোৰ জানো মন নাযায় চন্দ্রটো চুই চবলৈ..? পিঠিত ডেউকা … Read more

One of the vest Assamese Poem -Bixakto Xomoi

বিষাক্ত সময়   সময় বোৰ এতিয়া বিষাক্ত,   বিষৰ দাবানলত দগ্ধ মানৱ জাতি।  ক’ৰনাৰ বিভীষিকা,  জনতাৰ পেটত গাথি,  এচামৰ পকেট ভৰ্তি।  প্রতি ঘৰে-ঘৰে জীৱন সংগ্রামৰ কাহিনী।  দুচকুত সোনালী সপোন  দুটি ওঁঠত ফুলিব হাঁহিৰ ফুল। Assamese poem       এইবাৰ পৃথিৱী আৰু মানুহৰ মাজত বন্ধুত্ব হ’ব,   মানুহে বুজিব পৃথিৱীৰ দূখ  পৃথিৱীয়ে দিব মানুহক সূখ। অনুভৱ … Read more